মুখ্য-পৃষ্ঠা

Horoscope: সিংহ ৰাশিৰ লোকে কেৰিয়াৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, তুলা ৰাশিৰ লোকৰ খৰচ হ’ব টকা-পইচা, আপোনাৰ ৰাশিফল ​​পঢ়ক

সিংহ ৰাশিৰ লোকে কেৰিয়াৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, তুলা ৰাশিৰ লোকৰ খৰচ হ'ব টকা-পইচা, আপোনাৰ ৰাশিফল ​​পঢ়ক(Horoscope)

Tunnel Collapsed: সুৰংগত আবদ্ধ ৮ জনকৈ শ্ৰমিক, ৪৫ ঘণ্টাৰ পাছতো উদ্ধাৰ হোৱা নাই এজনো !

৪৫ ঘণ্টাৰ পাছতো নাই কোনো সুখবৰ।(Tunnel Collapsed) এতিয়াও সুৰংগত আবদ্ধ ৮ জনকৈ শ্ৰমিক। সুৰংগৰ ভিতৰত মৃত্যুৰে যুঁজি আছে শ্ৰমিককেইজনে।

Lord Shiva Favorite Zodiac Signs: এই ৫ ৰাশি ভগৱান শিৱৰ অতি প্ৰিয়, কাৰণ জনাৰ পিছত আপুনি গৌৰৱ অনুভৱ কৰিব !

ভগৱান শিৱই সকলোৰে দুখ দূৰ কৰে। শিৱৰ কৃপাই মানুহৰ ভাগ্য সলনি কৰে। জ্যোতিষত এনে ৫টা ৰাশি আছে যিবোৰৰ মহাদেৱৰ অতি প্ৰিয়।(Lord Shiva Favorite Zodiac Signs)

Should Not Drink Water After Urination: সাৱধান! প্ৰস্ৰাৱ কৰাৰ পিছত কিয় পানী খাব নালাগে জানেনে?

বেছিভাগ মানুহেই প্ৰস্ৰাৱ কৰাৰ পিছতে পানী খায়। কিন্তু আপুনি জানেনে প্ৰস্ৰাৱ কৰাৰ পিছতে পানী খালে আপোনাৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে, প্ৰস্ৰাৱ কৰাৰ লগে লগে পানী খালে শৰীৰৰ এই অংশটো ক্ষতি হ’ব পাৰে।(Should Not Drink Water After Urination)

ICC Champions Trophy 2025: IIT বাবাৰ ভৱিষ্যদ্বাণী ফ্লপ হ’ল, পাকিস্তানক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ

IIT বাবাৰ ভৱিষ্যদ্বাণী ফ্লপ হ'ল। ভুল প্ৰমাণিত হ'ল ভাৰত-পাকিস্তানৰ খেলক লৈ কৰা IIT বাবাৰ বাণী। পাকিস্তানক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই।(ICC Champions Trophy 2025)

Popular