Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

নগাঁওৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ শিল্পকলাই আকৰ্ষিত কৰিছে সকলোকে

নগাঁও : এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যি গৰাকী আৰক্ষী বিষয়াই কৰ্মজীৱনত মুখামুখি হৈছে অসম আন্দোলনৰ, অসমৰ উগ্ৰপন্থী সমস্যাৰ পৰা বিভিন্ন সমস্যাৰাজিৰ লগত। সেয়ে কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত এডাল কাঠত অসমৰ সমস্যাৰাজিক প্ৰকাশ কৰাৰ চেষ্টাত
Read More...

সোণতলীৰ মালিবাৰীত বিদ্যুত স্পৃষ্ট হৈ এজন নিহত, দুজন গুৰুতৰভাৱে আহত

সোণতলী : দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত তথা সোণতলী এলেকাধীন মালিবাৰী জাৰপাৰা গাঁৱত কালি সন্ধিয়া বিদ্যুতস্পৃষ্ট হৈ এজন যুৱক নিহত হোৱাৰ লগতে দুগৰাকী যুৱক আহত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে
Read More...

নগাঁও বন বিভাগৰ বালি ভৰ্তি ট্ৰাক জব্দ

ননৈ : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলাখনৰ কামপুৰৰ বকুলগুৰী দলঙৰ সমীপৰ পৰা অভিযান চলাই তিনিখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ
Read More...

ঢুলীয়াপাৰৰ ৰফিকুল হাজৰিকাক ৱাটছাপ যোগে ১০ লাখ টকা ধনদাবী, মহিলা গ্ৰেপ্তাৰ

গেলেকী : শিৱসাগৰ জিলা তথা ৰাজ্যৰ এগৰাকী সু-প্ৰতিষ্ঠিত ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে (বাবুজান)। নাজিৰা মহকুমা সমীপৰ জয়সাগৰস্থিত ঢুলীয়াপাৰৰ বাসিন্দা হাজৰিকা জিলা ও অসমবাসী ৰাইজৰ বাবে আছে সমাজসেৱাৰ এক উল্লেখনীয় অৱদান। জিতু এণ্টাৰপ্ৰাইজৰ
Read More...

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৮,৫১৩

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে ৷ আক্ৰান্তৰ সংখ্যা ১৫ লাখ স্পৰ্শ কৰিলে ৷ যোৱা ২৪ ঘণ্টাত ভাৰতবৰ্ষত ৪৮,৫১৩ জন আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৫ লাখ ৩১ হাজাৰ ৬৬৯ জন ৷ যোৱা ২৪
Read More...

মুস্কান – ৰং অথবা হাঁহিৰ বৰণ

✍ ৰাজীৱ কমল শইকীয়া মুস্কান এটা মিঠা শব্দ। মূল উৰ্দু। হিন্দী ভাষাৰে আহি আমাৰ স্পন্দনত বিয়পি কলিজাৰ আপোন হৈ পৰা সুমিষ্টতাৰে ভৰপূৰ, লৱণু কোমল এই শব্দৰ আমাৰ মাতৃভাষাত অৰ্থ হৈছে- মিচিকণি অৰ্থাৎ হাঁহি। হাঁহিৰ বিভিন্ন-
Read More...

CAA বিৰোধী শক্তিবোৰ একগোট হ’বনে ?

দৈনন্দিন বাৰ্তা ডেস্ক : নাগৰিকত্ব সংশোধনী বিল বা আইনৰ বিৰুদ্ধে অসমত আৰম্ভ হোৱা প্ৰৱল প্ৰতিবাদী কাৰ্যসূচীৰ কথা অসমৰ জনতাই বোধহয় পাহৰা নাই৷ কোনো সংগঠনৰ বেনাৰ নোলোৱাকৈ মূলত ছাত্ৰসমাজে আৰম্ভ কৰা এই আন্দোলনত অসমৰ প্ৰায় সৰ্বস্তৰৰ লোকে অংশগ্ৰহণ
Read More...

বান আহে বাৰে বাৰে…

✍️অংশুমান ভূঞা অসম এখন সুজলা সুফলা, শস্য শ্যামলা, প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সম্পদতো চহকী ৰাজ্য। তথাপি কিন্তু এই ৰাজ্যখনৰ সমস্যাৰ আদি-অন্তই নাই। এইবাৰ আকৌ নতুন শত্ৰু কৰ'নাই অথাই সাগৰত পেলাই ৰাজহাঁ‌ড় বেঁ‌কা কৰি পেলাইছে। তাৰ লগে লগে
Read More...

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্ক : কৰ্ণাটকৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজা মদনগোপাল নায়ক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ তেওঁ ৰাজ্যখনৰ উত্তৰাঞ্চলৰ কালাবুৰাগিৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ৷ প্ৰাক্তন
Read More...

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক হৈ পৰে৷ ফলত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে৷ ইজৰাইলৰ গৱেষকসকলে এই কথা পোহৰলৈ আনিছে৷ ভিটামিন ডি হ’ল এটা হৰমন৷ সূৰ্যৰ পোহৰত চালত ই উৎপন্ন হয়৷ শৰীৰত
Read More...