Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্ক : কৰ্ণাটকৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজা মদনগোপাল নায়ক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ তেওঁ ৰাজ্যখনৰ উত্তৰাঞ্চলৰ কালাবুৰাগিৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ৷ প্ৰাক্তন
Read More...

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক হৈ পৰে৷ ফলত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে৷ ইজৰাইলৰ গৱেষকসকলে এই কথা পোহৰলৈ আনিছে৷ ভিটামিন ডি হ’ল এটা হৰমন৷ সূৰ্যৰ পোহৰত চালত ই উৎপন্ন হয়৷ শৰীৰত
Read More...

ৰক্ষকেই হব পাৰে ভক্ষক ! এন-৯৫ মাস্কৰ পিছত অতিমাত্ৰা ছেনিটাইজাৰ ব্যৱহাৰ নকৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ…

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কোৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ প্ৰথমে এন-৯৫ মাস্ক প্ৰয়োজনীতাৰ কথা সকলোৱে কৈছিল যদিও শেহতীয়াকৈ কেন্দ্ৰই এক নিৰ্দেশনা জাৰি কৰি কৈছিল যে- এন-৯৫ মাস্কে এজন ব্যক্তি কোৰোনা সংক্ৰমণৰ পৰা বচাব নোৱাৰে, গতিকে পৰাপক্ষত
Read More...

নগাঁও পৌৰসভা এলেকাৰ চাৰি ৱাৰ্ডৰ দুই শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক বিধায়ক ৰূপক শৰ্মাৰ সম্বৰ্ধনা

নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পৌৰসভা এলেকাৰ ৭,৮,৯, ১০ নং পৌৰমহলা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক আজি  বিধায়ক ৰূপক শৰ্মাই সম্বৰ্ধনা জনায়।ছাত্র-ছাত্ৰী 
Read More...

১৫ আগষ্টত অযোধ্যাৰ ৰাম জন্মভূমিত পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম জন্মভূমিত অহা ১৫ আগষ্টত পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে৷ চোৰাংচোৱা এজেন্সীৰ সূত্ৰত এই কথা প্ৰকাশ৷ চোৰাংচোৱা এজেন্সী 'ৰ’ই প্ৰকাশ কৰা মতে আক্ৰমণৰ বাবে আইএছআইয়ে লস্কৰ
Read More...

অনলাইন পৰীক্ষাৰ সময়সূচীয়ে বিপাঙত পেলাইছে অভিভাৱকক, ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰ্তৃপক্ষক সময়সূচী…

নগাঁও : ক'ৰোণাৰ বাবে অনলাইন সেৱাৰ জৰিয়তে পাঠদান চলাই থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে শেহতীয়াভাৱে অহা আগষ্ট মাহৰ পৰা ছয়মহীয়া পৰীক্ষা সমূহ অনলাইন যোগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু অনলাইন পৰীক্ষাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়
Read More...

বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চন্দ্ৰপূৰ হাজংবড়িৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য…

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্ট সদায় দুৰ্গত লোকৰ কাষত থিয় দি আহিছে। সেই অনুসৰি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দুৰ্গত সকলক কেইবাপ্ৰকাৰেও সহায় সহযোগিতা আগবঢ়োৱা হয় । তাৰ ভিতৰত
Read More...

‘কা’ বাতিলৰ দাবীত আছুৰ মানব শৃংখল

তিনিচুকীয়া : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে, জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২খন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত 'মানৱ শৃংখল' কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৰ’না সংক্ৰান্তীয় ল’বলগীয়া
Read More...

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৭,৭০৩

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে৷ আক্ৰান্তৰ সংখ্যা ১৫ লাখ স্পৰ্শ কৰিবলৈ বেছি ক্ষণ নাই৷ যোৱা ২৪ ঘণ্টাত ভাৰতবৰ্ষত ৪৭,৭০৩ জন আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৪ লাখ ৮৩ হাজাৰ ১৫৬
Read More...

২১ৰ নিৰ্বাচন আৰু অখিল গগৈ…

✍ মদন মোহন পাগবন্ধা ২০১৬ চনৰ শেষ শৰাইঘাট ৰণত যুঁজ কৰি বিজেপিৰ মিত্ৰজোঁটৰ এখন চৰকাৰ ৰাইজে পাতিলে জনগণে কি পালে কি নাপালে আপোনালোকে দেখিলে। এতিয়া ২১ ৰ নিৰ্বাচন সমাগত অসমত বলিছে চৰকাৰ বিৰোধী বিক্ষিপ্ত বতাহ। আমাৰ দৃষ্টিত বিৰোধী বতাহ আৰু সেই
Read More...