Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

লাকুৱাত আলফাৰ ২৯তম শ্বহীদ দিৱস পালন

গেলেকী :  শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহৰ চলা-ফুৰা, কাম-কাজ কৰাৰ সন্দেহজনক স্থিতিসমূহ কেতিয়াও নুই কৰিব নোৱাৰি। শেহতীয়াকৈ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত সংযুক্ত মুক্তি
Read More...

মাজবাটত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ : মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ তিনিটা এ কে-৫৬ ৰাইফলৰ…

ওৰাং : বি টি চি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মঙ্গলবাৰে পুৱতি নিশা পুনৰ মাজবাটত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত দেউচানীৰ পাগলা নৈৰ পাৰত মাটিত পুটি থোৱা অৱস্থাত উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ
Read More...

চাইকেল, এক পুৰণি সুবাস

ৰশ্মিৰেখা ভট্টাচাৰ্য এসময়ত চাইকেলে যাতায়তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। নতুন ৰেলী চাইকেল এখন চোতালত থিয় কৰিব পৰাটো  আছিল  অভিজাত্যৰ চানেকি। ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ মাতে কঢ়িয়াই  আনিছিল ক'তজনলৈ আশাৰ ৰেঙনি, হেঁপাহৰ
Read More...

নাজিৰাত, ক’ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গেলেকী :  নাজিৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। ক'ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত অধিক মূল্য পৰিশোধ কৰিছে অসম চৰকাৰে। দেৱব্ৰত শইকীয়া ক'ভিড-১৯ পৰীক্ষাৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা টেষ্ট কিট সমূহৰ
Read More...

কঁঠালে প্ৰতিৰোধ কৰে বহু জটিল ৰোগ, এটা কঁঠাল গুটিৰ দাম হৈছেগৈ ১৫ টকা

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কঁঠাল, কৰ'নাৰ লগতে বহু জটিল ৰোগ প্ৰতিৰোধ কৰাৰ গুণৰ বাবে এইবাৰ চৰ্চালৈ আহিছে আপোনাৰ মোৰ চিৰ পৰিচিত কঁঠাল। । বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে, কঁঠালত থকা গুণাগুণে বৃদ্ধি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা।কঁঠালত
Read More...

বাংলাদেশত ৩০০ বছৰীয়া কালী মন্দিৰৰ পুনৰ্নিমাণ আৰম্ভ ভাৰতৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বাংলাদেশৰ উত্তৰাঞ্চলৰ নাটোৰে জিলাত অৱস্থিত ৩০০ বছৰ পুৰণি শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰ সোমবাৰৰ পৰা ভাৰতে পুনৰ্নিমাণ আৰম্ভ কৰিছে ৷ এই মন্দিৰৰ পুনৰ্নিমাণ কাৰ্য ভাৰতীয় সাহায্যত ৯৭ লাখ বাংলাদেশী টকাত আৰম্ভ কৰা হৈছে
Read More...

নগাঁৱত কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ কটাক্ষ। কংগ্ৰেছে অসম্পূৰ্ণ কৰা দুখীয়া ৰাইজৰ ঘৰ আমি সম্পূৰ্ণ কৰিলো :…

নগাঁও, ২৭ জুলাই: "কংগ্ৰেছে অসম্পূৰ্ণ কৰি থৈ যোৱা ২লাখ ৮৬হাজাৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ । আমি অসমত ৩ লাখ ঘৰ দুখীয়াৰ বাবে নিৰ্মান কৰিলো আৰু এতিয়া পুনৰ ২৫ হাজাৰ ঘৰ দুখীয়া ৰাইজৰ বাবে নিৰ্মান কৰিম।" আজি নগাঁৱৰ খগেন মহন্ত
Read More...

ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ ৫ খন ৰাফেল বিমান

দৈনন্দিন বাৰ্তা ডেস্ক : সকলো বিতৰ্কৰ অৱসান ঘটাই ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ পাঁচখন ৰাফেল বিমান ৷ অহা ২৯ জুলাই, বুধবাৰে সেই বিমানকেইখন হাৰিয়ানাৰ অম্বালাত ভাৰতীয় বায়ুসেনাত যোগ দিবহি৷ উল্লেখ্য যে মুঠ ৩৬ খন এনে বিমান
Read More...

যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাৰ সংক্ৰমণৰ হাৰ ৯.৬৯ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক :ক’ৰোনা ভাইৰাছত যোৱা দুটা দিনত দেশত এক লাখৰো অধিক লোক আক্ৰান্ত হয়৷ ফলত আক্ৰান্তৰ সংখ্যা ১৪ লাখ স্পৰ্শ কৰিলেগৈ৷ প্ৰতি দিনে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশাসন আৰু চিকিৎসকসকল চিন্তিত হৈ পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য
Read More...

১ আগষ্টৰ পৰা আনলক ৩.০ : পুনৰ মুকলি হোৱাৰ সম্ভাৱনা চিনেমা হলৰ দোৱাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অব্যাহত থকা আনলক ২ অহা ৩১ জুলাইত শেষ হ’ব৷ ইয়াৰ পাছতে আহিব আনলক ৩৷ এই আনলক ৩ৰ বাবে চৰকাৰে নতুন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিব যিবোৰ আগষ্টৰ পহিলা দিনটোৰ পৰা বলবৎ হ’ব ৷ এই আনলক ৩ত
Read More...