মুখ্য-পৃষ্ঠা

Mahakumbh: ১৪৪ বছৰৰ পাছত অহা মহাকুম্ভত স্নানৰ শেষৰ দিন কেতিয়া? গা ধোৱাৰ শুভ সময় জানি লওক

১৩ জানুৱাৰীত আৰম্ভ হোৱা মহাকুম্ভৰ সামৰণি পৰিব ২৬ ফেব্ৰুৱাৰীত শিৱৰাত্ৰি অৰ্থাৎ শিৱৰ ১৪ তাৰিখে পবিত্ৰ স্নানেৰে।(Mahakumbh)

Horoscope: ৪ ৰাশিৰ মানুহৰ পদোন্নতিৰ অপেক্ষা শেষ হ’ব, আজিৰ ৰাশিফল ​​পঢ়ক

আজিৰ দিনটোতে চন্দ্ৰই গতি সলনি কৰি বহু ৰাশিৰ ওপৰত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পেলাব পাৰে।(Horoscope) কিছুমান ৰাশিয়ে আৰ্থিক লাভ লাভ কৰিব, আনহাতে কিছুমানে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

Honey And Ghee: ঘিউ আৰু মৌ একেলগে পেটত হয় বিষ, কেতিয়াও নাখাব !

ঘিউ আৰু মৌ দুয়োটা স্বাস্থ্যৰ বাবে অতি উপকাৰী। আয়ুৰ্বেদেও ঘিউ আৰু মৌক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰে যদিও মৌ আৰু ঘিউ একেলগে খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক।(Honey And Ghee)

Salman Khan: হলিউডত অভিনয় কৰিব ছলমান খানে, অটো’ চালকৰ চৰিত্ৰত অভিনয় কৰিব ভাইজানে; ভিডিঅ’ ভাইৰেল !

বহু প্ৰত্যাশিত ছবি ‘চিকান্দৰ’ৰ শিৰোনাম দখল কৰা ছলমান খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। কোৱা হৈছে যে এই ভিডিঅ’টো তেওঁৰ শ্বুটিঙৰ, যাৰ বাবে তেওঁ বৰ্তমান ছৌদি আৰৱত আছে। ভিডিঅ’টোত তেওঁক অটো ড্ৰাইভাৰৰ গেটআপত দেখা গৈছে।(Salman Khan)

Abhik Deb: বিশ্বৰ আগশাৰীৰ ফুটবল ক্লাৱ ৰিয়েল মাদ্ৰিদৰ কন্টেন্ট ৰাইটাৰ অসমৰ যুৱক অভিক দেব

বিশ্ব ফুটবলৰ শীর্ষ স্থানীয় ক্লাব স্পেইনৰ ৰিয়েল মাদ্ৰিদৰ সাংবাদিক তথা ব্লগাৰ হিচাপে নিয়োজিত হৈছে বঙাইগাঁৱৰ যুৱক অভিক দেব।(Abhik Deb)

Popular