মুখ্য-পৃষ্ঠা

Chanakya Niti: ঘৰত কেতিয়াও টকাৰ অভাৱ নহ’ব, যদিহে মানে চাণক্যৰ এই ৫ টা নিয়ম !

জীৱনত ধনী হ’বলৈ (Chanakya Niti)নিবিচৰা মানুহ প্ৰায়েই নাথাকিব। কিন্তু ধনী হোৱাটো সকলোৰে ভাগ্য নহয়। ধনী হ'বলৈ কঠোৰ পৰিশ্ৰমৰ লগতে ভাগ্যও লাগিব।

Brain Boosting Foods: পৰীক্ষাৰ সময়ত শিশুটিক দৈনিক কি কি খাদ্য খাবলৈ দিব?

পৰীক্ষাৰ বাবে শিশুৰ মগজু বৃদ্ধি কৰা খাদ্য কি কি জানেনে? পঢ়াৰ হেঁচা, লগতে সুস্থ হৈ থাকিব লাগিব, প্ৰতিদিনে সন্তানক কি খুৱাব লাগে, ঘৰত কেনেকৈ ৰান্ধিব জানি লওক।(Brain Boosting Foods)

Delhi Railway station: মৃতকৰ আত্মীয়ক ১০ লাখকৈ ক্ষতিপূৰণ, গুৰুতৰভাৱে আহতক ২.৫ লাখ

নিহতসকলৰ ভিতৰত তিনিটি শিশুও আছিল। ইয়াৰ বাহিৰেও বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক চিকিৎসাৰ বাবে এল এন জে পি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। (Delhi Railway station)

Delhi Stampede: নতুন দিল্লী ৰে’লৱে ষ্টেচনত ১৮গৰাকী লোকৰ মৃত্যু

নতুন দিল্লী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা। (Delhi Stampede)হেঁচা-ঠেলাত পদপিষ্ট হৈ ১৮গৰাকী লোকৰ মৃত্যু। ১৫জনতকৈও অধিক লোক আহত হৈছে।

Horoscope: কৰ্কট ৰাশিৰ লোকে বিবাদ এৰাই চলক, তুলা ৰাশিৰ লোকৰ পদোন্নতি হ’ব; আপোনাৰ আজিৰ ৰাশিফল ​​পঢ়ক…

বৃহস্পতি আৰু শুক্ৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে প্ৰতিটো ৰাশিৰ ওপৰত কিছু পৰিৱৰ্তনৰ প্ৰভাৱ নিশ্চিতভাৱে দেখা যাব। আপোনাৰ আজিৰ ৰাশিফল ​​পঢ়ক।(Horoscope)

Popular