মুখ্য-পৃষ্ঠা

Saraswati Puja Rituals 2025: সৰস্বতী পূজাৰ দিনা আপোনাৰ কিতাপত ৰাখক এই সমূহ বস্তু !

সৰস্বতী পূজাৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। (Saraswati Puja Rituals 2025) সমগ্ৰ দেশতে এই দিৱস ভক্তিৰে পালন কৰা হয়।

Saraswati Puja: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

জ্ঞান আৰু(Saraswati Puja) শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত চৌপাশ। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা।

Darrang News: দৰঙৰ দৈপামত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে সজাগতা সভা, ছাত্ৰ ছাত্ৰীৰ বাস্তৱধৰ্মী নাট প্ৰদৰ্শন

দৰঙৰ দৈপামত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে সজাগতা সভা, ছাত্ৰ ছাত্ৰীৰ বাস্তৱধৰ্মী নাট প্ৰদৰ্শন।(Darrang News)

Women U19 T20 WC: ১৯ বছৰ অনূৰ্ধ্ব মহিলা T20 বিশ্বকাপত ভাৰতৰ জয়

১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ জয়ধ্বজা।(Women U19 T20 WC)ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি চেম্পিয়ন টীম ইণ্ডিয়া।

Underwear: পুৰুষে ৰাতি কিয় আণ্ডাৰৱেৰ পিন্ধি শুব নালাগে !

বহু পুৰুষে টোপনিৰ শিষ্টাচাৰ মানি চলে, কিন্তু ৰাতি শোৱাৰ আগতে আণ্ডাৰৱেৰ পিন্ধিব লাগে নে নালাগে সেই বিষয়ে জানেনে?(Underwear)

Popular