মুখ্য-পৃষ্ঠা

Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত ‘জুই’

বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত 'জুই'(Drama Jui)। এই জুই এনেকৈ সম্প্ৰসাৰিত হৈ পৰে যে জুই চাই থকা দৰ্শকসকলে মাঘ মহীয়া জুইৰ উত্তাপ লৈহে যেন বহি আছে। যেন জুই এৰি কোনো উঠি যাব নোৱাৰে।

Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু

ৰাজ্যলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) পৰিদৰ্শন কৰিবলৈ ব্ৰক্ষ্মপুত্ৰৰ কুকুৰে জাহাজেৰে দ্বিতীয়টো পৰ্যটকৰ দল মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয়। এই দলটোতে নিউজিলেণ্ডৰ ১০১ বছৰীয়া আইতাই লাখুটি লৈ আহিল অসমলৈ(Assam)।

Raha Kapoor Birthday: দুবছৰীয়া হ’ল ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা

২০২৪ চনৰ ৬ নৱেম্বৰত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কন্যা ৰহা কাপুৰৰ দ্বিতীয় জন্মদিন উদযাপন।(Raha Kapoor Birthday)

Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন

ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ(Senior journalist Gitanjali Vaishya Nath) গুৰুতৰভাৱে অসুস্থ। কৰ্কট ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীয়ে বৰ্তমান হাইদৰাবাদৰ বাছাভাটাৰাকম ইণ্ড’ এমেৰিকান কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে।

47th US President Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প

সকলো ভৱিষ্যতবাণী মিছা প্ৰমাণিত কৰি বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি(47th US President Donald Trump) হিচাপে নিৰ্বাচিত হ'ল ড'নাল্ড ট্ৰাম্প(Victory With 60M Votes)। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ'ব ট্ৰাম্প।

Popular