মুখ্য-পৃষ্ঠা

Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’

তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত। পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম।

Pita: চুমি ৰহমানৰ উপন্যাস ‘পিতা- নেপথ্যৰ নিৰৱ নাৱিক’উন্মোচন

আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত শিনবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট সাহিত্যিক প্ৰভাত গোস্বামীয়ে লেখিকা চুমি ৰহমানৰ "পিত- নেপথ্যৰ নিৰৱ নাৱিক"(Pita) শীৰ্ষক উপন্যাসখন উন্মোচন কৰে(Novelist Sumi Rohman)৷

Bhasha Gaurav Saptah: দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকাসহ পাঁচগৰাকী ভাষা পূজাৰীক সম্বৰ্ধনা দৰং জিলা প্ৰশাসনৰ

জিলা পুথিভৰাঁল প্রেক্ষাগৃহ মঙলদৈত এখনি সভাৰ আয়োজন কৰি অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ পাঁচগৰাকী অসমীয়া ভাষা সাহিত্যৰ পূজাৰীক সম্বৰ্ধনা জনায়।(Bhasha Gaurav Saptah)

China Population: চীনবাসীলৈ অনুৰোধ, অধিক সন্তান জন্ম দিয়ক

চীনত জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে আৰু ইয়াৰ বাবেই যোৱা বছৰ জনসংখ্যাৰ ক্ষেত্ৰত চীন ভাৰতকে পিছ পৰিছিল।(China Population)

Tourists In Himachal Pradesh: প্ৰদূষণৰ পৰা হাত সাৰিবলৈ দিল্লী, চণ্ডীগড়ৰ পৰা হিমাচললৈ দৌৰিছে পৰ্যটক

মানালীত বৃদ্ধি পাইছে পৰ্যটকৰ ভিৰ। দিল্লীৰ বায়ুৰ মান দীপাৱলীৰ পূৰ্বে হ্ৰাস পাবলৈ ধৰিলে। দীপাৱলীৰ নিশা ৰাজধানীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছিল।(Tourists In Himachal Pradesh)

Popular