মুখ্য-পৃষ্ঠা

Kedarnath Dham Door Closed: আজিৰে পৰা বন্ধ কেদাৰনাথ ধামৰ দুৱাৰ, সেনাৰ বেণ্ডৰ সুৰত নৃত্য ভক্তৰ

আজিৰে পৰা ছমাহলৈ বন্ধ হৈ পৰিল কেদাৰনাথ ধামৰ দুৱাৰ। শীতকালৰ বাবে পুৱা ৮.৩০ বজাৰ পৰা বন্ধ কৰা হ'ল দুৱাৰ। কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ হোৱা উপলক্ষে সেনাৰ বেণ্ডৰ সুৰত নৃত্য ভক্তৰ।(Kedarnath Dham Door Closed)

Bhai Dooj 2024: ভাতৃ দ্বিতীয়া, আজি কৰক এই সমূহ কাম! পূজাৰ শুভ সময়, পূজা পদ্ধতি জানি লওক

ভাতৃ-ভগ্নীসকলে প্ৰতি বছৰে এই বিশেষ দিনটোৰ বাবে আগ্ৰহেৰে বাট চাই থাকে। (Bhai Dooj 2024) আজি সমগ্ৰ দেশতে ভাতৃ দ্বিতীয়া উৎসৱ উদযাপন কৰা হৈছে।

Protein Rich Fruits: মাংস আৰু মাছ নোখোৱাকৈ এই ৪ টা ফলৰ সহায়ত শৰীৰে পাব প্ৰটিন

যেতিয়াই প্ৰটিনৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়াই প্ৰথমে মনলৈ আহে মাংস, মাছ আৰু কণীৰ দৰে খাদ্য। কিন্ত সকলোৰে বাবে আমিষ খাদ্য খোৱা সম্ভৱ নহয়, এনে পৰিস্থিতিত তেওঁলোকে আন খাদ্য বিচাৰিব লগা হয়।(Protein Rich Fruits)

Assam bypolls । বিহালীত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীয়ুষ হাজিৰকাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ

(Assam bypolls )ৰাজ্যত উপ-নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ৷ এইবেলি ৰাজ্যৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত প্ৰধানকৈ দুটা সমষ্টিয়ে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তাৰে এটা হৈছে চামগুৰি আৰু আনটো হৈছে বিহালী৷ চামগুৰি সমষ্টিত কংগ্ৰেছৰ শক্তিশালী নেতা তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঠিয় দিছে৷ ফলত সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তয়াময়া নিৰ্বাচনী যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে ৷ (pijush hazarika) (পীয়ুষ হাজিৰকা)

 ASSAM PHYSICON 2024 । দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪

"অসুস্থ মানব শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম হৈছে ফিজিঅ'থেৰাপী।"গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত পৰা অহা ৩ নবেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত “অসম ফিজিঅ’কন ২০২৪'' শীৰ্ষক ফিজিঅ’থেৰাপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশ লৈ এনেদৰেই মন্তব্য কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডা: অচ্যুত চন্দ্ৰ বৈশ্যই।(ASSAM PHYSICON 2024)

Popular