মুখ্য-পৃষ্ঠা

Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব

লক্ষ্মী পূজাৰ এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাবে উৎসৰ্গা কৰা হয়(Lakshmi Puja 2024) । আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাসত থাকে আৰু নিশাটো মা লক্ষ্মীৰ আৰাধনা কৰে ।

Assam By-Elections: ১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ ৪৮ টা বিধানসভা আৰু দুটা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা(Assam By-Elections) ।

Diwali: দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ,৩ শতাংশ ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা

Diwali। দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ এলাৱেন্স (ডি এ) ৩ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আগন্তুক কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৩১ অক্টোবৰৰ আশে-পাশে দীপাৱলী উদযাপনৰ লগত সংগতি ৰাখি ডিএ বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী

মঙলবাৰে নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব(Maharashtra and Jharkhand Assembly Elections) । তাৰোপৰি নিৰ্বাচন আয়োগে বহুকেইখন ৰাজ্যত হ'বলগা উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰিব পাৰে ।

Obscene Remarks on Women: দেৱী দুর্গাৰ বিসৰ্জন চাবলৈ যোৱা মহিলাক উদ্দেশ্যি অশালীন মন্তব্যৰে যুৱকৰ ভিডিঅ’ প্ৰস্তুত

নাৰী সমাজক উদ্দেশ্যি অশ্লীল মন্তব্য কৰি ভিডিঅ' প্ৰস্তুত কৰিছিল গোৱালপাৰাৰ এজন যুৱকে(Obscene Remarks on Women) । সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে যুকজনে সেই ভিডিঅ' আপলোড কৰিছিল সামাজিক মাধ্যমত ।

Popular