মুখ্য-পৃষ্ঠা

জয়পুৰকে ধৰি ২০ খন চহৰত ৪০ ডিগ্ৰীতকৈ অধিক তাপমাত্ৰা

ৰাজস্থানত, তাপ প্ৰবাহ মাৰ্চমাহৰ দৰে হৈ পৰিছিল। জয়পুৰকে ধৰি ৰাজ্যখনৰ বেছিভাগ চহৰত দিনটোৰ পাৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে। পিলানিৰ গংগানগৰৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৯ ডিগ্ৰী...

শব্দ প্ৰদূষণত শীৰ্ষ স্থানত আছে ঢাকা।

বিশ্বত দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা।শেহতীয়াকৈ 'ব্লেজ এণ্ড অমিলছ’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এক তথ্য।কোনকেই খন চহৰত আটাইতকৈ প্ৰদূষণৰ মাত্ৰা বেছি।এই প্ৰতিবেদনত পাঁ‌চ...

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী।

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি প্ৰদানৰ সপোন সপোন হৈয়ে ৰব । চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী ।এই গুৰুতৰ তথ্য...

শ্ৰমিক আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত নাজিৰাত অৱস্থান ধৰ্মঘট

ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘট নাজিৰাতো এ আই টি ইউ চি অন্তৰ্গত ভালেকেইখন ইউনিয়নৰ কৰ্মকৰ্তাই পালন কৰে ৷ শ্ৰমিকসকলে...

ভাৰোত্তোলক মীৰাবাই চানুৱে ২০২১ ৰ বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰে

ভাৰোত্তোলক মীৰাবাই চানুৱে ৰাজহুৱা ভোটৰ পিছত ২০২১ চনৰ বাবে বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰিছে।অলিম্পিকৰ ৰূপৰ পদক বিজয়ী গৰাকীয়ে গল্ফাৰ অদিতি...

Popular