কমলপুৰৰ বোৰ্কাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। ইয়াৰ বজাৰ মূল্য প্ৰায় ৭ কৌটি টকা

কমলপুৰৰ বোৰ্কাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। ইয়াৰ বজাৰ মূল্য প্ৰায় ৭ কৌটি টকা । কামৰূপ জিলা আৰক্ষীৰ এক বৃহত দলে অভিযান চলাই কমলপুৰ-বোৰ্কা গড়কাপ্টানী পথত হিৰইন এক কেজি, পাচ কেজি অপিয়ম ,টেবলেট আদি নিচাযুক্ত দ্ৰৱ জব্দ কৰিবলৈ সক্ষম হয়। AS 01 PC ট্টট্ট1623 নম্বৰৰ টাটা ডি আই বাহনত অতি কৌশলেৰে ড্ৰাগছ খিনি সৰবৰাহ কৰিছিল ।

ডিআই বাহনখনত টেলিকম ডিউটি বুলি লিখা আছে।


কমলপুৰৰ পৰা অপূৰ্ব ডেকা প্ৰতিবেদন

Related Articles