Breaking

যুদ্ধংদেহী পৰিৱেশৰ মাজত ইমৰাণ খানৰ ৰাছিয়াৰ ভ্ৰমণ!

0 5,118

ৰাছিয়া আৰু ইউক্ৰেইন মাজত আক্ৰমণাত্মক পৰিৱেশ।ইতিমধ্যে মৃত্যু মুখত পৰিছে বহু লোক।তেনে পৰিৱেশৰ মাজতে বুধবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৰাছিয়ালৈ চৰকাৰী ভ্ৰমণ কৰিছিল। তেওঁৰ মস্কো ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।তেওঁৰ এই ভ্ৰমণ কালে সকলোকে আচৰিত কৰি তুলিছে।পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কয় যে মস্কো ভ্ৰমণ কৰি তেওঁ অৰ্থনৈতিক সহযোগিতা কৰিছে আৰু ইয়াৰ লগতে তালিবান নিয়ন্ত্ৰিত আফগানিস্তান সন্দৰ্ভতো কথা পতাৰ বিষয়ে  কৈছিল।আনহাতে আমেৰিকাই কয় যে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ যি কাৰ্যকলাপৰ সেই কাৰ্যকলাপৰ ওপৰত আপত্তি কৰাটো প্ৰতিখন দায়িত্বশীল দেশৰ দায়িত্ব বুলি কয়।

Leave A Reply