Breaking

দলগাঁৱৰ পাণবাৰীত দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ…

0 12

দলগাঁৱৰ পাণবাৰীত মৰেল পুলিচিঙৰ ঘটনা।দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ।

১০ অভিযুক্তৰ বিৰুদ্ধে পাণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল।

মৌছিটা গছৰ গুৰগাঁৱত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা। ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে মহিলাগৰাকীক ।

Leave A Reply