Breaking

চাপৰমুখ আৰক্ষী আৰু আবকাৰীৰ যৌথ অভিযান : চাপৰমুখৰ মিলনপুৰত মদৰঘাটি উচ্ছেদ

0 2,019

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত মিলনপুৰত আজি চাপৰমুখ আৰক্ষী আৰু চাপৰমুখ আৱকাৰীৰ সহযোগত অভিযান চলাই প্ৰায় ৭০০ লিটাৰ চুলাই মদ নষ্ট কৰে ৷ জানিব পৰা মতে আজি দুপৰীয়াৰ চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘনকান্ত বৰা আৰু চাপৰমুখ আবকাৰীৰ নেতৃত্বত যোৱা আৰক্ষী দলে মিলনপুৰৰ এটা মদৰ ভাটিত অভিযান চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ লগতে উদ্ধাৰ হোৱা মদ সমূহ নষ্ট কৰে ৷আৰক্ষী যোৱাৰ আগেয়ে  ভাটিত থকা লোক সকল পলাই  যোৱাত এজনকো আটক কৰবলৈ সক্ষম নহল ৷

Leave A Reply