August 27, 2023 অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা… Share FacebookTwitterWhatsAppTelegramKooEmail অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বাঢ়নী পানীত ডুব গৈছে ফেৰীৰ ৰেম্প। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সাময়িকভাৱে বন্ধ কৰিছে ফেৰী সেৱা। Author: দৈনন্দিন বাৰ্তা Related Articles ঢকুৱাখনা বি. এড. মহাবিদ্যালয়ত “বহাগী ৰং”ৰ এক বৰ্ণিল অনুষ্ঠান । কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই দৈনন্দিন বাৰ্তা - April 28, 2026 গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক ।প্ৰেছ এক্ৰেডিয়েছন কমিটিৰ বৈঠক অনুষ্ঠিত নোহোৱাত আক্ষেপ প্ৰেছ ক্লাবৰ দৈনন্দিন বাৰ্তা - April 28, 2026 ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল দৈনন্দিন বাৰ্তা - April 28, 2026