Breaking

কণীত ৰংঘৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ নাম অন্তৰ্ভুক্ত শিৱসাগৰৰ যুৱক কৌশিক বিশ্বাসৰ

0 50

শিৱসাগৰৰ এজন যুৱকে কণীত অংকন কৰিলে ঐতিহাসিক ৰংঘৰ | কৌশিক বিশ্বাস নামৰ যুৱক জনে সৰুৰে পৰা চিত্ৰ অংকন কৰি আহিছে । মাইক্ৰন পেইন ব্যৱহাৰ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ নাম অন্তৰ্ভুক্ত কৰিলে কৌশিক বিশ্বাস নামৰ যুৱক জনে। যোৱা ২১ এপ্ৰিলত যুৱক জনে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰাৰ সকে প্ৰেৰণ কৰিছিল কণীত অংকন কৰা ঐতিহাসিক ৰংঘৰৰ ভিডিঅ’ আৰু ফটো।

যোৱা ২৭ এপ্ৰিলৰ নিশা এই চিত্ৰ ফলাফল আহিল, যুৱক জনৰ নাম অন্তৰ্ভুক্ত হ’ল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত। যুৱক জনৰ সপোন আছিল ঐতিহাসিক ৰংঘৰক অসমৰ লগতে দেশতো চিনাকি কৰাই দিয়াৰ। অৱশেষত যুৱকজনৰ এই সপোন পূৰণ হ’ল।

Leave A Reply