Breaking

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…

0 43

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২৪ – ২৫ বৰ্ষৰ পাঠদান কাৰ্যসূচী এপ্রিল মাহৰ পৰা আৰম্ভ হৈছে। লাহে অঞ্চলৰ ভিতৰত সৰ্বোচ্চ উন্নত মানৰ ফলাফল কৰাৰ পিছত এতিয়া স্হানীয় ৰাইজ তথা অভিভাবক সকলৰ মনত সাফল্যৰ আস্হা বাড়ি গৈছে।

সম্প্রতি ছাত্র ছাত্রী সকলৰ ভৰ্তিৰ দিশতো এ খোঁজ আগবাঢ়ি আছে। স্কুল খনত উন্নত মানৰ পাঠদানৰ লগতে ছাত্র ছাত্রী সকলৰ প্ৰেৰণা আৰু উৎসাহ যুগুৱাৰ বাবে প্ৰতি শনিবাৰে অনুষ্ঠিত হয় চেটাৰডে ক্লাৱ, য’ত প্ৰতিভা সম্পন্ন ছাত্র ছাত্রী সকলে পৰিবেশন কৰে আমোদজনক গীত আৰু নৃত্যৰ লগতে কবিতা আবৃত্তি।

তাৰে লগত সংগতি ৰাখি আজিও শনিবৰীয়া ক্লাৱ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটি সঞ্চালনা কৰে অধক্ষ চুলমান আলীয়ে। গীত আৰু নৃত্য অনুষ্ঠানটি পৰিচালনা কৰে জেষ্ঠ শিক্ষক খাইৰুল ইছলামে।

Leave A Reply