স্থানীয় বাৰ্তা

ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুজ দি নগাওঁ আৰক্ষীৰ প্ৰসংশা বুটলিছে তিনি সাহসী কিশোৰীয়ে

 সাহসিকতাৰ পৰিচয় দিলে নগাঁৱৰ তিনি কন্যাই।ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দি নগাওঁ আৰক্ষীৰ প্ৰশংসা বুটলিছে তিনি সাহসী কন্যা ৰুবিত্ৰা পাটৰ,শিল্পী শিখা বৰা আৰু...

ৰাজ্যত অতি শিঘ্ৰেই উপলব্ধ হ’ব ১২ বছৰৰ অধিক বয়সৰ শিশুৰ COVID-19 ভেকচিন

চৰকাৰৰ ভেকছিন পৰামৰ্শদাতা গোটৰ মুৰব্বী ড০ এন কে অৰোৰাই কৈছে যে কোমৰ্বিডিটি থকা ১২ বছৰৰ অধিক বয়সৰ শিশুক COVID-19 টিকাকৰণৰ বাবে প্ৰাথমিকতা দিয়া হ'ব।...

নলবাৰীত শ-শ বাছ কৰ্মীয়ে ৰখাই দিলে বহি:জিলা পৰা অহা বাছ সমূহ

ক'ভিড অতিমাৰীৰ বাবে সমগ্ৰ ৰাজ্যতে আন্তঃজিলা বাছ সেৱা বন্ধ হৈ আছে । কিন্তু আৰক্ষী-প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবেই বহুটো যাত্ৰীবাহী বাছ বৰ্তমান সময়তো যাতায়ত কৰি...

লুইতৰ খহনীয়াত শংকিত চেঙাৰ কাছুমাৰা কাশিমপুৰ বাসী

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা-কাশিমপুৰত অব্যাহত আছে লুইতৰ ভয়াবহ খহনীয়া। শ-শ পৰিয়াল গৃহহীন, সৰ্বস্বান্ত নৈপৰীয়া গয়া। আপোন ঘৰ নদীৰ বুকুত...

টেট শিক্ষকৰ ‘পদূলিমূৰৰ পুথিভঁৰাল’: গ্ৰন্থ অধ্যয়নৰ নীৰৱ বিপ্লৱ

গ্ৰন্থ অধ্যয়ন এক প্ৰেৰণা আৰু উৎসাহৰ যোগ্য কাম।মানুহৰ মাজত এই সুস্থ ৰুচিবোধ জগাই তুলিবলৈ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰয়াস কৰি আহিছে।এইবাৰ গোৱালপাৰা জিলাৰ এজন টেট...

Popular