স্থানীয় বাৰ্তা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ।

 ৰাজ্যত নতুন চৰকাৰ গঠনৰ পিছত মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ নেতৃবৰ্গই। সংগঠনটোৰ...

গহপুৰৰ ছাত্ৰী কাজল মহন্তৰ ব্যতিক্ৰমী প্ৰতিভা : আঁহতৰ পাতত চিত্ৰ অংকন: গুটি ধানেৰে গহনা প্ৰস্তুত

 গহপুৰ মহকুমাৰ এগৰাকী ছাত্ৰীয়ে স্বকীয় প্ৰতিভাৰে আঁহতৰ পাতত বিভিন্ন চিত্ৰ অংকন কৰি চিত্ৰানুৰাগী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।ব্যতিক্ৰমী প্ৰতিভাৰে জিলিকি উঠা এই ছাত্ৰী...

এছ.এছ.বি.ৰ আন্তঃ ইউনিট ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন

লালপুৰস্থিত ২৩নং এছ এছ বি বেটেলিয়নৰ সৌজন্যত ১৯জুলাইৰ পৰা কাবাডী, বক্সিং, বেডমিণ্টন, ফুটবল, ক্ৰিকেটৰ দৰে বিভিন্ন আন্ত: ইউনিট ক্ৰীড়া প্ৰতিযোগিতা ২৩নং বিএন এছএছবি লাপুলত...

নাজিৰাত পৰীক্ষামূলক ভাৱে কঠিয়া ৰূপন কাৰ্য্যসূচী

নাজিৰা মহকুমাৰ চণ্টক চেংধৰাত চৰকাৰী ভাৱে পৰীক্ষামূলক ভূইৰূপণ কায্যৰ্সূচী ৰূপায়ন কৰে । বিভিন্ন সময়ত প্ৰকৃতিৰ তাণ্ডৱৰ   বাবে গঞা ৰাইজে যি সমূহ ফচল উৎপাদন কৰাত...

অলিম্পিয়ান বক্সাৰ লাভলিনা বৰগোহাঁইৰ গৃহত প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী,লাভলীনাৰ পিতৃ-মাতৃক সম্বৰ্ধনা।

টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা অসম গৌৰৱ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ বাসগৃহত মঙ্গলবাৰে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ'জলিনা তিৰ্কী উপস্থিত হয়।গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া...

Popular