স্থানীয় বাৰ্তা

৪০ বিঘা ভূমিত উৎপাদিত নেপেৰিয়ান ঘাঁহ বিক্ৰী কৰি স্বাৱলম্বী নিবনুৱা যুৱক

বিগত ১৫ বছৰ ধৰি বহি:ৰাজ্য বাংগালোৰত ছফ্টৱেৰ কোম্পানীত কৰ্মৰত অৱস্থাত থকা ধেমাজি জিলাৰ চিলাপথাৰৰ যুৱক ঘন জিমেৰ ল'কডাউনে সলনি কৰি দিলে জীৱন গতিপথ ।...

মুকালমুৱাত নিচাজাতীয় ঔষধসহ ব্যৱসায়ীক গ্ৰেপ্তাৰ

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰিছে এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷ মুকালমুৱা আৰক্ষী থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত...

চাপৰৰ সীমা মণ্ডলৰ হস্ত শিল্পৰ সুন্দৰ নিদৰ্শন

ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত নাগপট্টিৰ ভাড়া ঘৰত থাকি সীমা মণ্ডলে এতিয়া দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন। হয় যি সময়ত লকডাউনৰ বাবে বহু...

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ সৰ্বানন্দ সোনোৱালৰ

 বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোনোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই...

ক’ভিড কালত শান্তি সম্প্ৰীতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিষয়াক ‘ৱাৰিয়ৰছ’ৰ শলাগ আৰু সম্ভাষণ

সমাজ আৰু সামাজিক ব্যৱস্থাত শান্তি সম্প্ৰীতি নিয়ন্ত্ৰণ কৰাৰ লগতে সাম্প্ৰতিক কালৰ ক'ৰোণা আতংকৰ পৰিস্থিতি সুচাৰুৰূপে পৰিচালনা কৰা বাবে শলাগ আৰু সম্ভাষণ জনোৱা কাৰ্য্যসূচী ৰূপায়ণ...

Popular