স্থানীয় বাৰ্তা

বানে ছিঙিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ : কেইবাখনো গাৱৰ যোগাযোগ বিচ্ছিন্ন।

যোৱা কিছুদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত বৰষুণৰ বাঢ়নি পানীয়ে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথৰ একাংশ উটুৱাই নিয়ে। ৰঙিয়াৰ সমীপৱৰ্তী বাক্সা জিলাৰ ধেপাৰগাৱত বৰষুণৰ...

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড পজিটিভিটীৰ হাৰ

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড পজিটিভিটীৰ হাৰ,২৪ ঘণ্টাত পজিটিভিটীৰ হাৰ ২.৯৬ শতাংশ,এদিনত ৰাজ্যত ক’ভিডত আক্ৰান্ত ৩৯৪৮জন,কামৰূপ(মঃ)ত নতুনকৈ আক্ৰান্ত ৩৪১জন,পৰীক্ষা সম্পন্ন হৈছিল ১ লাখ ৩৩ হাজাৰ...

গোবৰ্ধণা আৰক্ষীয়ে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী

কি উজনি, কি নামনি সমগ্ৰ ৰাজ্যজুৰি নৱ প্ৰজন্মৰ বৰবিহ স্বৰূপ  ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি অসম আৰক্ষীয়ে।বিগত এমাহ ধৰি এনে অভিযানৰ ফলত অসম আৰক্ষীৰ...

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান ASSP ৰ।

 যোৱা কালি দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ সমষ্টিৰ ধলপুৰ চৰ চাপৰিত অৱস্থিত ঐতিহ্যমণ্ডিত শিৱমন্দিৰ পৰিদৰ্শন কৰে অসমৰ নব নিৰ্বাচিত  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।...

মৈৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহতঃএজনক গ্ৰেপ্তাৰ

 আজি মৈৰাবাৰী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি দলে মৈৰাবাৰীৰ ওচৰতে থকা দুৰাবান্ধি অঞ্চলত এটি অভিযান চলায়। উক্ত অভিযানত মফিজ...

Popular