স্থানীয় বাৰ্তা

শনিবাৰে পুৱাই ভূমিকম্পৰ জোকৰাণি, কঁপাই গ’ল ৰাজ্য

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।শনিবাৰে পুৱা ৮.৩৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে।ভূ-গৰ্ভৰ পৰা ১৪ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ।ভূমিকম্পটোৰ...

ক’ভিডপৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা সভা: ওদালগুৰিত আই চি ইউ বিচনা বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰা হব:মন্ত্ৰী চন্দ্ৰমোহন

ক'ভিড১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৪মেত  বিয়লি ২.৩০ বজাত ওদালগুৰিত উপস্হিত হয়  অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বানিজ্য...

মৰিগাঁও জাগীৰোডত অবৈধ ড্ৰাগচ উদ্ধাৰ ! ফৰিদুল ইছলাম নামৰ এজন সৰবৰহকাৰী আটক

জাগীৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে এক গোপন খৱৰৰ ভিত্তিত জাগীৰোড আৰক্ষী চকীৰ অন্তৰ্গত শিলভঙা(পৰ্বত নগৰ)ৰ পৰা ড্ৰাগছ সহ এজন দুৰ্ধষ ড্ৰাগছ সৰবৰহ কাৰীক আটক কৰিবলৈ সক্ষম...

প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ ক’ভিড টেষ্ট কৰা হ’ব! সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ

GMCH ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ লোকৰ ক'ভিড টেষ্ট কৰা হ'ব। যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত Covid...

বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ’ন ঘোষণা

গোলাঘাট জিলাৰ বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা...

Popular