স্থানীয় বাৰ্তা

চাবুৱাত ‘সত্যবাহু হৰি পালন, শনিৰ দৰ্প চুৰ্ণ’ ভাওনা মঞ্চস্থ

চাবুৱাৰ নিকটৱৰ্তী পুলুঙা গাঁৱত কালি "সত্যবাহু হৰি পালন, শনিৰ দৰ্প চুৰ্ণ " ভাওনা মঞ্চস্থ তথা  প্ৰদৰ্শিত হয়। পুলুঙাৰ ত্ৰিনয়ন জ্যোতি সংঘৰ প্ৰেক্ষাগৃহত দেৱেশ্বৰ গোহাঁইৰ...

তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি মহকুমাটোৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগত তামুলপুৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ সন্মুখত...

উদীয়মান কন্ঠ শিল্পী জৰ্জ কুমাৰ বৰিক সংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী সম্বৰ্ধনা আঁচনি প্ৰদান

 বোকাখাত মহকুমাৰ মহুৰামুখৰ বান ক্ষতিগ্ৰস্ত কৰা বৰটিকা গাৱঁৰ উদীয়মান সংগীত শিল্পী, ভি চি ডি এলবামৰ প্ৰয়োজক, পৰিচালক, গীতিকাৰ, স‌ংগীত ব্যৱস্থাপক জৰ্জ কুমাৰ বৰিৰ ওৰফে...

তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ ঢেকীয়াবস্তিত বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। অহা ১২, ১৩ আৰু ১৪ মাৰ্চত তিনিদিনীয়াকৈ...

ডিমৌ সমীপৰ ৰজাবাৰীত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ

ডিমৌ সমীপৰ ৰজাবাৰীত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ। কথমপি প্ৰাণ ৰক্ষা অৰ্ধ শতাধিক যাত্ৰীৰ। AS05 C 6564 নম্বৰৰ কনকজ্যোতি নামৰ বাছখনত এই অগ্নিকাণ্ডৰ ফলত...

Popular