Breaking

Browsing Category

স্থানীয় বাৰ্তা

চাংসাৰিত পথ সজাগতা শোভাযাত্ৰা

চাংসাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়, চাংসাৰি আৰক্ষী থানা, চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত শনিবাৰে এটি পথ সজাগতা শোভাযাত্ৰা উলিওৱা হয়। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শৰাইঘাট
Read More...

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খলিহামাৰী, মাজৰটোপ, বৰাখাটত অব্যাহত আছে বৰলুইতৰ খহনীয়াৰ তাণ্ডৱ

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খলিহামাৰী, মাজৰটোপ, বৰাখাটত অব্যাহত আছে বৰলুইতৰ খহনীয়াৰ তাণ্ডৱ৷ৰাজ্যখনত হোৱা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ঠাইবিশেষে খহনীয়াই লৈছে কালৰূপ৷পিচে এই খহনীয়াৰ কবলৰ পৰা ৰেহাই পোৱা নাই
Read More...

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক সাক্ষাৎ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ৷মাধৱদেৱ মহাপুৰুষ…

বৰপেটাৰ বাঘবৰত অৱস্থিত মাধৱদেৱ গুৰুৱে স্থাপন কৰা বৈঠাপুতা ঘাট সত্ৰত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া৷সত্ৰখনৰ প্ৰতি সৃষ্টি হোৱা খহনীয়া সমস্যা সম্পৰ্কে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক
Read More...

নগৰবেৰাত বান বিপৰ্যয়ৰ ভয়াবহ ছবি

নগৰবেৰাত বান বিপৰ্যয়ৰ ভয়াবহ ছবি।জলৰাশিৰ মাজত শ-শ শিক্ষাৰ্থীৰ দুঃসাহসিক যাত্ৰা।দেখিলেই গাৰ নোম শিঁয়ৰি উঠা ভয়াবহ দৃশ্য।এই ভয়াবহ দৃশ্য নগৰবেৰাৰ মালিবাৰীৰ ,মৰণক শৰণ দি ক’ন-ক’ন শিক্ষাৰ্থীয়ে নাঁও বাই-বাই নিতৌ আহযাহ কৰে বিদ্যালয়লৈ।
Read More...

নদী আছে দলং নাই!গাঁও আছে পথ নাই;বনগাঁও-পলাহগড় সংযোগী পথৰ দুৰৱস্থা!

ওদালগুৰি জিলাৰ টংলা থানাৰ বনগাওঁ ভি চি ডি চিৰ অন্তৰ্গত বনগাওঁ পলাহগড় সংযোগী পথৰ দুৰৱস্থাই ৰাইজক বছৰ বছৰ ধৰি জ্বলা কলা খোৱাই আহিছে। উল্লেখযোগ্য যে উক্ত ৰাজহ গাঁও খনৰ পৰা গাঁওবাসী লগতে উক্ত পথেৰে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰী, ব্যৱসায়ী,
Read More...

গহপুৰৰ চত্ৰং নদীৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই

আজি গহপুৰ চহৰৰ মাজ মজিয়াৰে বৈ যোৱা চত্ৰং নদীৰ বানপানীয়ে ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী এখন দলং পৰিদৰ্শন কৰাৰ লগতে নদী খনে খহাই নিয়া এক সংযোগী পথ পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। এই দলং আৰু পথ খহাই নিয়াৰ ফলত স্থানী়য় ৰাইজৰ
Read More...

অসমৰ বানপানীঃ অসমত বানপানীৰ বিধ্বংসী পৰিস্থিতি, ২৭ খন জিলাৰ ৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতিৰ অৱনতি অব্যাহত আছে আৰু ইয়াৰ ফলত পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। ৰাজ্যখনৰ ২৭ খন জিলাত বাস কৰা আৰু ইয়াত বাস কৰা প্ৰায় ৭.১৮ লাখ লোক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।নগাঁও জিলাৰ কামপুৰ ৰাজহ এলেকাত এজন লোক ডুব গৈছিল। ইয়াৰ
Read More...

গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২ মুকলি, ষ্টাৰ্ট আপ যাত্ৰা অসমৰ ফ্লেগ অফ্
Read More...

বানপানীত ক্ষতিগ্ৰস্ত কৃষকক সাহায্য প্ৰদানৰ দাবীত কৃষি মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান বৰভাগত…

বৃহত্তৰ বৰভাগ অঞ্চলৰ বানপানীৰ সমস্যা যুগ যুগ ধৰি চলি আহিছে প্ৰতি বছৰে বানপানীত কৃষক সকল যথেষ্ঠ ক্ষতিগ্ৰস্ত হৈ আহিছে| এইবেলি হোৱা বাৰিষাৰ প্ৰথমটো বানৰ কবলত বৰভাগ আঞ্চলৰ দক্ষিণ পূব প্ৰান্তৰ কেইবাখনো গাৱৰ খেতি পথাৰ বানপানীত বুৰ গৈছে যাৰ বাবে
Read More...

ধিঙত পুনৰ বিল্যবিবাহৰ ঘটনা! গাঁৱৰক্ষী বাহিনীৰ তৎপৰতাত ৰভাস্থলীতে দৰা কইনাৰ বিবাহ বিচ্ছেদ

কেইদিনমান পূৰ্বে সংঘটিত হোৱা বাল্য বিবাহৰ ঘটনা মাৰ নেযাওতেই পুনৰ ধিঙত বাল্যবিবাহ।চৰকাৰ বা প্ৰশাসনে বাল্য বিবাহৰ ওপৰত যিমানেই চোকা দৃষ্টি নেৰাখক কিয় একাংশ দুস্কৃতিকাৰীৰ কাৰণে এনে কাম যেন একেবাৰে সুলভ।ধিঙৰ পটিয়াচাপৰিত এগৰাকী নাবালিকাক বিবাহৰ
Read More...