Breaking

Browsing Category

স্থানীয় বাৰ্তা

টেঙাখাত টিংৰাই চাৰিআলি চেৰচেৰীজানত নতুন পেট্ৰল পাম্পত তেলৰ সমান্তৰাল ভাৱে পানী

গ্ৰাহকক উন্নতমানৰ সেৱা আগবঢ়োৱাৰ ঘোষণা কৰা স্বত্বাধিকাৰী মানৱজ্যোতি গগৈৰ তেল ডিপুত কেইদিমান যোৱা পাছতে তেলৰ সমানে পানী ওলোৱাত চিন্তিত সচেতন মহল ৷সম্প্ৰতি দেশত দ্ৰুত গতিত যান বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ইয়াৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ
Read More...

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কলগাছিয়াৰ বৰতাৰীত মানাহ নদীৰ গৰাখহনীয়া এলেকা পৰিদৰ্শন কৰে

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কলগাছিয়াৰ বৰতাৰীত মানাহ নদীৰ গৰাখহনীয়া এলেকা পৰিদৰ্শন কৰে৷ পাৰ্কুপাইনেৰে চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক দূৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি
Read More...

মৰিয়নিত সাংসদ বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

মৰিয়নিত সাংসদ বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ।মৰিয়নিত আয়োজন কৰা হৈছে এক বিশেষ যজ্ঞ। পুৰোহিতৰ মন্ত্ৰোচৰানত মুখৰিত হৈছে যজ্ঞ স্থলী।যজ্ঞত অংশগ্ৰহণ কৰিছে পুৰুষ মহিলা শিশুকে ধৰি বহু সংখ্যক লোকে।এই যজ্ঞ কোনো অপায় অমংগল নাশ কৰিবলৈ বা
Read More...

নামনি অসমত আজিও বান পৰিস্থিতি অপৰিৱৰ্তীত: চৰকাৰী সাহাৰ্য্য প্ৰদানৰ দাবী আশ্ৰয় শিবিৰ তথা বান বিধ্বস্ত…

বিগত কেইবাদিনো ধৰি ধাৰাসাৰ নেৰেনেপেৰা ধুমুহা বতাহ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু গৰাখহনীয়া সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ প্ৰতিটো জিলা ক্ৰমে বঙাইগাঁও, বৰপেটা, বাক্সা,চিৰাং,কোকৰাঝাৰ, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত অপৰিৱৰ্তীত হৈয়ে
Read More...

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ…

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ বৰাকত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা নৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনক সমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাত শিলচৰ-আইজল পথৰ সোণবাড়ীঘাট বাইপাছত এই ঘটনা বৰাক নৈৰ
Read More...

লোকেল উৎপাতৰ উৎপাত! বক্স অফিচত খলকনি…

অসমীয়া চিনেমালৈ আহিছে ভাল দিন। ছবি গৃহলৈ আহিছে দৰ্শক। শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চিনেমা LOCAL UTPAT য়ে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে । চিনেমা প্ৰেমীৰ যথেষ্ট ভিৰ ছবিগৃহত। ছবিখন চোৱাৰ দুৰ্বাৰ হেপাহ দৰ্শকৰ । মুক্তিৰ দিনৰ পৰাই
Read More...

হাটশিঙিমাৰীত দিন দুপুৰতে চোৰৰ চাফাই অভিযান

চুৰে লুটিলে আঢ়ৈ লাখ টকাৰ সোনৰ আ-অলংকাৰ লগতে নগধ ১০ হাজাৰ টকা।হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত আব্দুৰ ছবুৰৰ ঘৰত তোলা কাটি দিনৰ আনুমানিক ১২ বজাত চুৰে তলা ভাঙি ঘৰৰ ভিতৰৰ পৰা ১০ হাজাৰ টকা সহ প্ৰায় ২.৫০ লাখ টকাৰ
Read More...

মায়ঙৰ নন্দিনীবড়ী গাঁৱৰ একাংশ বৰোধান খেতিয়কৰ খেতি জেঠমহীয়া বানৰ কবলত

মৰিগাও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন খেতি পথাৰ বানৰ কবলত।আজি কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰ আৰু কপিলি নৈয়ৰ বাৰনী পানীয়ে ঠায়ে ঠায়ে খেতি পথাৰ বুৱাই পেলাইছে। বিশেষকৈ মায়ং পুখৰীয়া আৰু ঘগুৱা মৌজাৰ
Read More...

জামুগুৰিহাটত বিদ্যালয়ৰ তোৰন উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাটৰ নৰোৱা থান প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মীত তোৰনখন আজি শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷গাঁও খনৰ প্ৰয়াত গাঁওবুঢ়া ক্ষেমৰাম বৰাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে তেঁওৰ পুত্ৰ গিৰিশ বৰা আৰু পৰিয়ালৰ লোক সকলে দান
Read More...

বৰক্ষেত্ৰীৰ চৰাঞ্চলত বান,গৰাখহনীয়াৰ তাণ্ডৱ। চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৰাখহনীয়াৰ ভাবুকি

বৰক্ষেত্ৰীৰ চৰাঞ্চলত অৱস্থিত চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াই।সমগ্ৰ ৰাজ্যতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে বৰক্ষেত্ৰীৰ চৰাঞ্চলত হাজাৰ হাজাৰ বিঘা ভূমি জাহ যাই ব্ৰহ্মপুত্ৰৰ
Read More...