Breaking

Browsing Category

স্থানীয় বাৰ্তা

বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত ছকিনা বেওৱাৰ ঘৰত ডকাইতি কাণ্ড সংগঠিত কৰা…

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত বিধৱা মহিলা ছকিনা বেওৱাৰ ঘৰত ডকাইতি কাণ্ড সংগঠিত কৰা মূল নায়ক আশ্ৰাফুল আলম তালুকদাৰক আৰক্ষীয়ে কৰায়ত্ব কৰিছে।গোলাপাৰা চতুৰ্থ খণ্ডৰ মৃত্যু আব্দুল লতিফৰ বিধৱা মহিলা ছকিনা বেওৱাৰ
Read More...

বকোৰ ছমৰীয়া সএৰ পৰা ২নং বৰুৱা পথাৰলৈ যোৱা ৰাস্তাৰ নিৰ্মান কাৰ্যত ব্যাপক অনিয়ম।যিকোনো মুহুৰ্তত ভাঙি…

প্ৰধানমন্ত্ৰীৰ গ্ৰাম ছোৰক যোজনাৰ অধীনত ছমৰীয়া সএৰ পৰা ২নং বৰুৱা পথাৰলৈ যোৱা ৰাস্তা টোত ব্যাপক অনিয়ম হোৱা দেখা যায়। এইবাৰ ডাংচাং এন্টাৰ প্ৰাইছ নামৰ কোম্পানীৰ ঠিকাদাৰ ঠুটান তাছীৰ বিৰুদ্বে উঠিছে ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে একাংশই ।
Read More...

ওদালগুৰি জিলাৰ সাৰেঙত বানত মৃত্যু হোৱা পৰিয়ালক চৰকাৰৰ সাহায্য

ওদালগুৰি জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তৰ্গত সাৰেং গাওত বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত মৃত্যুক সাৱতি লবলগীয়া হৈছিল ৩৮ বছৰীয়া পংকজ দত্তই৷ আজি হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ তথা কলাইগাওঁ সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৱে অসম চৰকাৰৰ হৈ ৪লাখ
Read More...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কমিউনিটি ৰেডিঅ’ জ্ঞানমালিনীৰ সহযোগত অনাতাঁৰ মৰম পৰিয়ালৰ অনলাইন…

২০১০ চনত মাজুলীত গঠন হোৱা ৰেডিঅ' প্ৰেমী শ্ৰোতাৰ মঞ্চ অনাতাঁৰ মৰম পৰিয়ালে পৰিয়ালটোৰ প্ৰতিষ্ঠা কালৰ উপদেষ্টা জোনাই বেৰা চাপৰিৰ স্বৰ্গীয় সোনাৰাম বৰদলৈৰ সোঁৱৰণত অসম ভিত্তিত আয়োজন কৰা অনলাইন ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণী সভাখনি
Read More...

তেলৰ সলনি লিটাৰে লিটাৰে ওলাইছে পানী! খাৰুপেটীয়াৰ নেপালী বজাৰস্থিত Essar petrol pumpত সংঘটিত হৈছে এই…

আপুনি খাৰুপেটীয়াৰ নেপালী বজাৰস্থিত তেল ডিপুত তেল ভৰাই নেকি।তেন্তে সাবধান হওক। তেল ভৰোৱাৰ পিচতেই নষ্ট হব পাৰে আপোনাৰ লাখ টকীয়া গাড়ী। খাৰুপেটীয়াৰ নেপালী বজাৰস্থিত Essar Petrol pump নামৰ তেল ডিপুত সংঘটিত হৈছে এই ঘটনা। ডিপুটোত তেলৰ সলনি ওলাইছে
Read More...

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীনান্তৰ আঙাৰকাটা নতুন বস্তিত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ৷ খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই আঙাৰকাটা অঞ্চলত উপদ্ৰৱ চলাই ৭ টাকৈ পৰিয়ালৰ বাসগৃহ,ভড়াল ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে
Read More...

পাচলি কঢ়িওৱা গাড়ীত উদ্ধাৰ ১৪ টা গৰু-মহ!

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ আৰক্ষী অভিযানত আটক কৰে পাচলি কঢ়িওৱা এখন গাড়ী ।গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ১৪ টা গৰু মহ।WB 63 B -1388 নম্বৰৰ পাচলি সৰবৰাহ কৰা গাড়ীৰ ভিতৰত আছিল ১৪ টা গৰু - মহ।গাড়ীখনত মুঠ ১৪ টা গৰু - মহ ভৰি বন্ধা থকা অৱস্থাত শিমুলটাপু
Read More...

বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ দিন দুপৰতে বন্ধ থকাৰ অভিযোগ

বিদ্যুতৰ খুটা কঢ়িয়াই অনা এখন ট্ৰেলাৰে মহতিয়াই নিলে স্কুটী আৰোহীক।বৃহস্পতিবাৰে বিয়লি বৰপথাৰ নগৰৰ হস্পিটেল তিনিআলিত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।স্কুটী চলাই অহা দীপ বৰগোহাঁই নামৰ যুৱকজনৰ এটা ভৰিৰ ওপৰেৰে পাৰ হৈ যায় as 03b 1047 নম্বৰৰ ট্ৰাকখনে
Read More...

দৰঙৰ পদ্মাঝাৰ বানত নিহত হোৱা পৰিয়াললৈ চেক প্ৰদান বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ

পদ্মাঝাৰত বানত উটি গৈ মৃত্যু হোৱা লোকৰ পৰিয়ালৰ ঘৰত বিধায়ক পৰমানন্দ ৰাজবংশী।আগবঢ়ালে চৰকাৰী সাহাৰ্য , চাৰি লাখ টকাৰ চেক।মঙ্গলবাৰে সন্ধিয়া পদ্মাঝাৰত বানত উটি গৈছিল কৰুণা কলিতা নামৰ এজন লোক।SDRFৰ তৎপৰতাত উদ্ধাৰ হৈছিল লোকজনৰ মৃতদেহ। আবেলি
Read More...

এজন ব্যক্তিয়ে পথৰ দাঁতিত থকা এটা কুকুৰক কিয় এনে কৰিছে? কেনে মানসিকতাৰ ব্যক্তি…

উত্তৰ লক্ষীমপুৰৰ নিহাৰীকা দত্ত নামৰ মহিলা এগৰাকীয়ে সামাজিক মাধ্যম আপদেটৰ পৰা সংগৃহীত ভিদিঅ৷ ল'ৰাজন কোন চিনি নাপাই বুলি উল্লেখ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে যাতে দুধৰ্ষ ব্যক্তিজনে উচিত শাস্তি পায়৷ মানুহক জীৱশ্ৰেষ্ঠ আখ্যা দিয়াৰ পিচতো এনে
Read More...