Breaking

Browsing Category

স্থানীয় বাৰ্তা

ছিপাঝাৰৰ দুমুনিচকী ইথানল প্ৰকল্পত অঘটন! চাৰি শ্ৰমিক বিদ্যুৎপৃষ্ট

দুমুনিচকীৰ বদিয়াসিঁচাত নিৰ্মীয়মান অৱস্থাত থকা কামাখ্যা বায়ুফিউলচ প্ৰকল্পত এক অঘটন সংঘটিত হয়।প্ৰকল্পটোৰ বৃহৎ কণ্টেইনাৰ কঢ়িয়াই থকাৰ সময়তে চাৰিগৰাকীকৈ থলুৱা শ্ৰমিক বিদ্যুৎস্পৃষ্ট হয়।
Read More...

মৰিয়নীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

মৰিয়নি নকছাৰি দেবেৰাপাৰা চাৰি আলিৰ দিশৰ পৰা মৰিয়নী দিশে গৈ থকা এখন বলেৰ' পিকআপ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। পথৰ ওপৰত বাগৰি পৰা বাহন খনত ৰাজৈ চাহ বাগিচাৰ পৰা ৩৫ জনকৈ শ্ৰমিকক কঢ়িয়াই আনিছিল বলৰ বাহন খনে। দুৰ্ঘটনাস্থলীত ৩ খনকৈ ১০৮
Read More...

একেৰাহে হোৱা ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ বহু অঞ্চল প্লাৱিত কৰি তোলাৰ লগতে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা…

আজি পুৱাই মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি হোজাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় অতুল বৰাজিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিতমন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত
Read More...

মানকাচৰৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ ফলত শ শ বিঘা ধান খেতি পানীৰ কবলত

কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে সৃষ্টি হয় এই ভয়াবহ বান পানী।যাৰ ফলত কুচনিমাৰা অঞ্চলৰ শ শ বিঘা ধান,পাচলি,মৰাপাটৰ খেতি এতিয়া পানীৰ তলত৷ এই বানে কৃষকৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ৷ পানীৰ তলত ডুব গৈছে পাচলি, মৰাপাট, ধান
Read More...

বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ তামুলপুৰত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা

বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ আজি তামুলপুৰত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা। আজি আবেলি প্ৰায় দুইমান বজাত তামুলপুৰৰ দলংপাৰত উপস্থিত হৈ মটঙা নদীৰ খহনীয়াৰ কৱলত পৰা অঞ্চল সমূহ পৰিদৰ্শন কৰে ক্ষতিগ্ৰস্ত ৰাইজৰ লগত মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷
Read More...

বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে

আমিনগাঁৱৰ পৰা বৰপেটা হৈ অভয়াপুৰীলৈ যোৱা ৰাজ্যিক ঘাইপথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰত বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷সমগ্ৰ নামনি অসমৰ জীৱন ৰেখা স্বৰূপ ২ নং বিকল্প ৰাজ্যিক ঘাইপথ
Read More...

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত ৰখাৰ বাবে এই পৰিস্থিতি।উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।DC মুৰ্দাবাদ, SDO CIVIL মুৰ্দাবাদ শ্লোগানাৰে পৰিবেশ উত্তাল কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ
Read More...

শিৱসাগৰত ৰাইজৰ দল,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মূল্যবৃদ্ধিৰ…

ক’ভিড তথা লকডাউনে কোঙা কৰা অসমৰ অৰ্থনীতি এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। গাঁৱৰ চহা খেতিয়সকলৰ অৱস্থা যেনেকৈ তথৈবচ, ক্ষুদ্র ব্যৱসায়ীৰ পৰা আদি কৰি বিভিন্ন বৃত্তিধাৰীৰ সকলো লোক আর্থিকভাৱে ভীষণ জুৰুলা হৈ পৰিছে। এফালে ইউৰিয়া আদি সাৰ,
Read More...

মৰিগাঁৱৰ বেতনিত ভয়ানক পথ দূৰ্ঘটনা

বৃহস্পতি বাৰে মৰিগাঁৱৰ বেতনিত ভয়ানক পথ দূৰ্ঘটনা। বাইকৰ খুণ্ডাত থিতাতে নিহত এগৰাকী মহিলা । বৰপথাৰ গাঁৱৰ নিহত মহিলা গৰাকীৰ নাম আয়েছা ( ৪০) ছাত্তাৰ আলী নামৰ লোক জনে ঘটনা সংঘটিত কৰি বাইক সহ পলায়ন কৰে।
Read More...

‘শিক্ষাৰ্থী সকলে নম্বৰৰ পিছত দৌৰিব নালাগে, বিষয়ৰ পিছত দৌৰিব লাগে;শিক্ষকসকলেও শিক্ষাৰ্থী নম্বৰৰ ওপৰত…

‘ছাত্ৰ-ছাত্ৰীসকলে নম্বৰৰ পিছত দৌৰিব নালাগে, বিষয়ৰ পিছত দৌৰিব লাগে আৰু শিক্ষকসকলেও ল’ৰা-ছোৱাৰীৰ নম্বৰৰ ওপৰত গুৰুত্ব নিদি মানসিকতাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব৷’–এই মন্তব্য অসম চৰকাৰৰ শিক্ষা উপদেষ্টা, প্ৰফেছৰ ড॰ ননীগোপাল মহন্তৰ৷ উল্লেখ্য যে
Read More...