স্থানীয় বাৰ্তা

অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ ঢকুৱাখনাত

ঢকুৱাখনা : কৃষক নেতা অখিল গগৈ  কৰোনা আক্ৰান্ত হৈ থকাৰ পিছতো চৰকাৰে জেলত আবদ্ধ কৰি ৰখাৰ প্ৰতিবাদত আৰু অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত আজি...

কঠীয়া ৰোপণ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও : '' ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সমান্তৰালভাৱে আমাৰ কৃষকসকল কৃষি কাৰ্যত সক্ৰিয়ভাৱে নিয়োজিত হ'ব লাগিব। কৃষি কাৰ্যৰ জৰিয়তেহে অসমত এক সেউজ বিপ্লৱ গঢ়ি...

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত কৃষক মুক্তিৰ মানৱ শৃংখল

নগাঁও  : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি নগাঁৱৰ কৃষ্ণাইখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। কৃষক নেতা গৰাকীক...

মাজুলীত ২৩ বছৰে তিলতিলকৈ মৰ্মান্তিক যন্ত্ৰণাত শয্যাগত বৰবামৰ দুলাল নাথ ; ১৯৯৭ চনৰ পৰাই মেৰুদণ্ড ভাগি পৰি থকা দুলালৰ কৰুণ কাহিনীয়ে ম্ৰিয়মাণ কৰিছে সকলোকে;...

উজনি-মাজুলী : মাজুলী জিলাৰ এজন দুৰ্ভগীয়া যুৱকৰ কৰুণ কাহিনীয়ে সকলোকে শোকত ম্ৰিয়মাণ কৰি তুলিছে। জীৱনৰ সকলো হেৰুৱাই যোৱা ২৩ বছৰে নিজৰ বিছনাখনতে শৰ্যাশায়ী হৈ কেৱল...

টিংখাঙত বিবাহিতা মহিলাৰ ৰহস্যজনক সন্ধানহীন।

টিংখাং:  ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত বাইলুংভেটী গাঁৱৰ মিতালী গগৈ নামৰ এগৰাকী বিবাহিতা মহিলা ১৭ জুলাইৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। জানিব পৰা মতে...

Popular