স্থানীয় বাৰ্তা

ৰাজনৈতিক ক্ষমতাৰ অপ-ব্যৱহাৰেৰে ষড়যন্ত্ৰমূলক ভাৱে সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু মন্ত্ৰী যোগেন মহনৰ । মুখ্যমন্ত্ৰী, প্ৰেছ কাউন্সিলৰ হস্তক্ষেপ দাবী, নাজিৰাত ব্যাপক প্ৰতিক্ৰিয়া।

নাজিৰা : নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ বিভিন্ন কুকীৰ্তি উদঙাই সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ পাছতেই সাংবাদিকৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে...

লংকাত নকল সোণসহ আটক দুই প্ৰৱঞ্চক ।

লংকা : লংকা আৰক্ষী থানাৰ অধীনৰ পশ্চিম ডাবলঙত গাঁৱত মাটিৰ তলৰ পৰা সোণ উলিয়াই দিয়াৰ প্ৰলোভনেৰে ধন লুটিবলৈ আহি  হাতে লুটে ৰাইজৰ হাতত আটক হ'বলগীয়া হ'ল দুজন প্ৰৱঞ্চক।...

নগাঁৱত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য । ড্ৰাগচ সেৱন কৰাই হত্যা কৰাৰ সন্দেহ । ড্ৰাগছ ব্যৱসায়ী সহ আটক ৫।

নগাঁও : দুই বন্ধুৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ যোৱা এগৰাকী কিশোৰীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰত তীব্ৰ চাঞ্চল্যৰ...

কলিয়াবৰত গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত খণ্ডযুদ্ধ । বৰভগীয়া গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত সচিবৰে হতাহতি জিলা পৰিষদৰ সদস‍্য আৰু সদ‍স্যাৰ স্বামীৰ । দুই পক্ষৰে মিছা আৰক্ষী চকীত...

কলিয়াবৰ : পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সচিবৰ খণ্ডযুদ্ধৰ এক চাঞ্চল‍্যকৰ ঘটনা সংঘটিত হয় পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভগীয়া পঞ্চায়তৰ কাৰ্য‍্যালয়ত। কলিয়াবৰৰ দ্বাৰ-বাগৰি জিলা পৰিষদৰ সদস‍্য...

ৰেল শিল্পক ব্যক্তিগতকৰণ : তিনিচুকীয়াত ৰেল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ।

তিনিচুকীয়া : খালে ঐ খালে প্ৰাইভেটাইজেচন কৰা নীতিয়ে ভাৰতীয় ৰেল শিল্পটোক খালে| খেদ ঐ খেদ কৰ্পৰেট গোষ্ঠীক খেদ| জাগ ঐ জাগ জনতা জাগ আদি...

Popular