স্থানীয় বাৰ্তা

Asom Sahitya Sabha: প্ৰজন্মৰ পিছত প্ৰজন্মই অসম সাহিত্য সভাৰ পূজা-সেৱা কৰিবলৈ আগবাঢ়ি আহিবঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা

প্ৰজন্মৰ পিছত প্ৰজন্মই অসম সাহিত্য সভাৰ পূজা-সেৱা কৰিবলৈ আগবাঢ়ি আহিব লাগিব।(Asom Sahitya Sabha) শৃংখলিত সমাজ নিৰ্মাণ কৰি ভৱিষ্যত প্ৰজন্মক জাতিপ্ৰেমী-ভাষাপ্ৰেমীলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াই ল'ব লাগিব।

বৰপেটাত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী সফল ৰূপে সম্পন্ন, সত্ৰসমূহক লৈ শাখা সভা গঠন চলি আছে । Barpeta

বৰপেটাত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী সফল ৰূপে সম্পন্ন, সত্ৰসমূহক লৈ শাখা সভা গঠন চলি আছে । Barpeta

তিনিজনীয়া তদন্ত কমিটী গঠন কৰিলে APCC-য়ে, কি কি বিষয়ত চলিব তদন্ত? টিকটৰ নামত ধনৰ লেনদেন !APCC

তিনিজনীয়া তদন্ত কমিটী গঠন কৰিলে APCC-য়ে, কি কি বিষয়ত চলিব তদন্ত? টিকটৰ নামত ধনৰ লেনদেন !APCC

দিগন্ত ভাৰতীক অপমান কৰাক লৈ মানস ৰবীনৰ ক্ষোভ….Manas Robin

দিগন্ত ভাৰতীক অপমান কৰাক লৈ মানস ৰবীনৰ ক্ষোভ….Manas Robin

Dr. Jogendra Nath Phukan: পদ্মশ্ৰী ড০ যোগেন্দ্ৰ নাথ ফুকনৰ পত্নী পূণ্য প্ৰভাৰ দেহাৱসান

বেলতলা লখিমী নগৰৰ নিবাসী সৰবৰহী মহিলা পূণ্যপ্ৰভা ফুকনৰ ১৩ এপ্ৰিল,(Dr. Jogendra Nath Phukan) দেওবাৰে দেহাৱসান ঘটে।

Popular