স্থানীয় বাৰ্তা

জখলবন্ধা আৰক্ষীৰ সফল অভিযান। চাৰি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৰাজ‍্যত এতিয়াও চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা

কলিয়াবৰ : জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত এক অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰী। দেওবাৰে এই অভিযানকালত ড্ৰাগছৰ লগতে অনান‍্য...

ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত

কলিয়াবৰ :ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো। অৱশ‍্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। পুৱাৰে...

নগাঁৱত পিষ্টলসহ দুধৰ্ষ ডকাইট গ্ৰেপ্তাৰ।

নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনীত যোৱা নিশা প্ৰায় ৯.৩০বজাত নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিৰ্তিত অভিযান চলাই পিষ্টল সহ...

বানে গৰকা বৰছলাত তীব্ৰ খাদ্য সংকটত ভুগিছে পশুকুল

দৈনন্দিন বাৰ্তা ডেস্ক : বানে গৰকা শোণিতপুৰৰ বৰছলাত এতিয়া গৰু, ম'হৰ নাজল-নাথল অৱস্থা৷ পশু খাদ্যৰ তীব্ৰ সংকট৷ পানী মেটেকা খুৱাই ৰাখিছে গৰু, ম'হক৷ খাদ্যৰ অভাৱত পশুধনৰ দূৰৱস্থা...

টংলাত কৃষক মুক্তি আক্ৰাছুকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ মানৱ শৃঙ্খল কাৰ্য্যসূচী অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ অতিশীঘ্ৰে বিনাস্বৰ্তে মুক্তিৰ দাবী

টংলা : আজি ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজ মজিয়াত অবস্থিত  টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত  অসমৰ কেবাটাও  জাতীয় সংগঠন আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত কাৰাবন্দী হৈ থকা জননেতা...

Popular