স্থানীয় বাৰ্তা

পৰিবৰ্তনকামী চৰকাৰৰ ৪ টা বছৰত এচপৰা মাটি, এটা শিলগুটি নপৰিল শিমলুডোঙা অঞ্চলৰ এটা পথত । এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি জীয়াতু ভোগিছে ৫...

ঢকুৱাখনা : ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন উফৰাই উন্নয়ন আৰু পৰিবৰ্তনৰ শ্লোগান আওৰাই শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ যোৱা চাৰিটা বছৰতো একো উন্নয়নৰ প্ৰভাৱ নপৰিল...

চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত বন বিভাগৰ উদ্যোগত বৃক্ষৰোপণ।

নাজিৰা : যোৱা পহিলা জুলাইৰ পৰা আৰম্ভ হোৱা ৭১ তম বন মহোৎসৱ সপ্তাহৰ অন্তিম দিনটোত নাজিৰা মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ...

গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ, মেধাবী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে অভিনন্দন।

নাজিৰা : কৰ'না ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকাত চৰকাৰে গ্ৰহণ কৰি নীতি-নিৰ্দেশনাক সন্মান জনাই গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই এইবছৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত...

গুৱাহাটীৰ পৰা অহা লোকসকলক স্বাৱ পৰীক্ষাৰ বাবে আহ্বান নাজিৰা মহকুমা প্ৰশাসনৰ।

নাজিৰা : কিছুদিনৰ পৰা গুৱাহাটী ক’ভিদ-১৯ৰ অভিকেন্দ্ৰ হিচাবে চিনাক্ত হৈছে আৰু গুৱাহাটীৰ বহুলোক এই ৰোগত আক্ৰান্ত হৈছে বুলি ধৰা পৰিছে। ক’ভিদ-১৯ ৰ সংক্ৰমণ ৰোধ...

নৱনিযুক্ত নলবাৰীৰ উপায়ুক্তৰ ভগ্ন মথাউৰি পৰিদৰ্শন।

নলবাৰী : আজি নলবাৰী জিলাৰ নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোৱঁৰে টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত গোৱৰাদল অঞ্চলৰ দহকাউনিয়াৰ নিকটৱৰ্তী মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে। উপায়ুক্তগৰাকীয়ে...

Popular