স্থানীয় বাৰ্তা

ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ বাঢ়নি পানীত প্লাৱিত নামনি মাজুলীৰ কৰতিপাৰ গাওঁ পঞ্চায়ত ; বান সাহাৰ্য শিবিৰ মুকলি ।

উজনি-মাজুলী: ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে মাজুলী জিলাৰ মঠাউৰিৰ বাহিৰ ফালে থকা এলেকাসমূহ প্লাৱিত কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে বানৰ কৱলত পৰা জনসাধাৰণক আপাতকালীন সহায়-সাহাৰ্য...

বেবেজীয়া জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী ।

নগাঁও : নগাঁও জিলাৰ বেবেজীয়াৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে  সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনৰ...

সোমবাৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণ লকডাউন ।

দৈনন্দিন বাৰ্তাৰ ডিজিটেল ডেস্ক : ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে গুৱাহাটীত পৰিস্থিতি ক্ৰমাত্‍ জটিল হৈ পৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। উল্লেখ্য যে...

ক’ৰোণাত আক্ৰান্ত মুম্বাইৰ প্ৰতিষ্ঠিতদেৱনীয়াৰ আলোচনীৰ বেটুপাত মডেল ইশিকা বৰা ।

নগাঁও : অসমৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা, ব্যয়বহুল দেৱনীয়াৰ আলোচনীৰ ৫টাকৈ সংখ্যাৰ বেটুপাতত স্থান পোৱা ইশিকা বৰা আক্ৰান্ত হৈছে ক'ৰোণাত। নগাঁও জিলাৰ...

মুষলধাৰে অহা এজাক বৰষুণত কাকপথাৰৰ বিভিন্ন অঞ্চল জলমগ্ন । ঘৰ দুৱাৰ বুৰ গল বহু লোকৰ ; মৎস্য, শস্যৰ ব্যাপক অনিষ্ট সাধন ।

ডিৰাক সীমান্ত : ইটোৰ পিছত সিটো দুৰ্যোগে দেখা দিয়া ৰাজ্যখনত পুনৰ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ক'ৰণা মহামৰীয়ে ৰাইজৰ অৰ্থনৈতিক অৱস্থা কোঙা কৰাৰ পাছতে এইবাৰ বৰুণ দেৱতাইও মানৱ...

Popular