স্থানীয় বাৰ্তা

ধলাইবিলত পথ দুৰ্ঘটনাত দুজন যুৱক আহত

জামুগুৰিহাট  তলাবন্ধ অব্যাহত থকাৰ মাজতে নদুৱাৰৰ অন্তৰ্গত  ধলাইবিলত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিবেশৰ অন্তৰ্গত...

মুৰফুলনীত বজ্ৰ পৰি এজনৰ মৃত্যু

মুৰফুলনী গোলাঘাট জিলাৰ বগীজান থানাৰ মুৰফুলনীৰ দখৰা পথাৰ অঞ্চলত ব্ৰজ পৰি এজন ১৭ বছৰীয়া কিশোৰৰ  কৰুণ মৃত্যু হয়৷ আনফালে এগৰাকী ২৬ বছৰীয়া মহিলা গুৰুতৰভাৱে আহত।...

কাকপথাৰত বিশ্ব নাৰ্চ দিৱস পালন

ডিৰাক সীমান্ত 'বিশ্ব নাৰ্চ দিৱস’ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। মঙলবাৰে এই দিনটোতে শুভ্ৰতাৰ প্ৰতীক আধুনিক নাৰ্চিঙৰ পথ প্ৰদৰ্শক ফ্লোৰেন্স...

নন্দিতা দাসৰ নিৰ্দেশত সোণতলীত পৰিদৰ্শন বাংলা ছেনিটাইজ প্ৰশাসনৰ : ১৪ দিনৰ কুৱাৰেণ্টাইনত আছিল কামৰূপৰ প্ৰথমজন ক’ৰোনাত আক্ৰান্ত

সোণতলী ক’ৰোনাত আতংকত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ৭০ হাজাৰ অতিক্ৰম কৰিলে৷ অসমতো ইতিমধ্য ৬৪ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে...

দৰঙৰ ধুলাত ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত মাৰপিট : হাতে হাতে দা, কুঠাৰলৈ আক্ৰমণ, আহত ১১

খাৰুপেটীয়া দৰঙৰ ধুলাত দুই ফৈদৰ মাজত সংঘটিত হোৱা তুমুল কাজিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত সংঘটিত হোৱা কাজিয়াত ১১জনকৈ...

Popular