স্থানীয় বাৰ্তা

বাঘজানত পাইপ লাইনত বিস্ফোৰণ হৈ গেছ নিৰ্গত হোৱা ঘটনাত মৰাণ জাতীয় মহিলা পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

কাকপথাৰ   মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে দীপা শইকীয়া বড়া আৰু হেমা মৰাণে বাতৰি কাকতলৈ দিয়া এক বিবৃতি যোগে জনাইছে যে...

আৰ টি আইৰ তথ্যত ফাদিল জুৰীয়া উন্নয়ন খণ্ডৰ বৃহৎ কেলেংকাৰী : আৰক্ষী থানাত গোচৰ ৰুজু ।

টুকটুকী, নগাঁও নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত বিগত সময়ছোৱাত এম জি এনৰেগাকে প্ৰমুখ্য কৰি বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়নত সংঘটিত হৈছে কেৱল...

নগাঁৱৰ হাতীজুযোৱাত বেংক চি এছ পিৰ অবাধ লুন্ঠন । হাতৰ ছাপ ব্যৱহাৰ কৰি ভূৱা একাউন্টৰ জৰিয়তে একাধিক আঁচনিৰ ধন লক্ষ লক্ষ টকা আত্মসাতৰ অভিযোগ...

নগাঁও  দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক সেৱা কেন্দ্ৰ...

প্ৰায় ৫ ঘন্টীয়া উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হ’ল ছাত্ৰৰ মৃতদেহ । নলবাৰীৰ শুকেকুছিত শোকাকুল পৰিবেশ ।

নলবাৰী  উৎকন্ঠাৰ অন্তত আজি বিয়লিৰ ভাগত উদ্ধাৰ হ'ল বানে উটুৱাই নিয়া ছাত্ৰৰ মৃতদেহ । লগে লগে কান্দোনৰ ৰোল উঠিল নলবাৰীৰ চামতা অঞ্চলত । জিলাখনৰ চামতাৰ...

সোণতলীত দলং মেৰামতি কাম আৰম্ভ কৰিলে ঠিকাদাৰে : দৈনন্দিন বাৰ্তাত প্ৰকাশ হৈছিল দলং নিৰ্মানৰ দুৰ্নীতিৰ অভিযোগ ৷

সোণতলী   বৃহস্পতিবাৰৰ পৰা আৰম্ভ হল আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ দলংৰ মেৰামতিৰ কাম ৷ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে SOPD ৰ অধীনত ৬৮...

Popular