স্থানীয় বাৰ্তা

গোলাঘাটৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষকৰ আৰ্থিক সাহায্য প্ৰদান

গোলাঘাট গোলাঘাটৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দই ৰাজ্য চৰকাৰৰ ক'ভিড-১৯ পুঁজিলৈ তেওঁলোকৰ দৰমহাৰ পৰা মুঠ  ৪৩,৩৬৫...

এছবিআইত সঘন বিজুতি : গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্ভোগ।

টিংখাং ভাৰতীয় ষ্টেট বেংকৰ কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকল সঘনে দুৰ্ভোগ ভূগিব লগা হৈছে। বিগত প্ৰায় এমাহ ধৰি এছ বি আইত হোৱা বিজুতিৰ বাবে গ্ৰাহকসকলৰ মাজত...

গোলাঘাটত ৭ মে’ৰ পৰা ঘৰে ঘৰে হ’ব ক’ভিড -১৯ৰ পৰীক্ষা

 গোলাঘাট  ক'ভিড-১৯ৰ লগত মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গোলাঘাটতো সাজু হৈছে জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত  অনুষ্ঠিত হোৱা সংবাদমেলত এইকথা সদৰি কৰে উপায়ুক্ত...

নিজা বাসগৃহতে বন্তি জ্বলাই সতী ৰাধিকা দিৱস পালনৰ আহ্বান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ  অহা ৭ মে'ত সতী ৰাধিকা দিৱস৷ সতী ৰাধিকা অসমীয়া ধৰ্মীয় সমাজখনৰ এক দলীল। সতী ৰাধিকা সেইগৰাকী মহিয়সী নাৰী, যি জাতিভেদ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে থিয়...

চিৰাঙত খেতিপথাৰতে নষ্ট শাক-পাচলি

পাণবাৰী দেশত তৃতীয় পৰ্যায় লকডাউনৰ ফলত কৃষকৰ মাজত হাহাকাৰ হৈছে৷ লকডাউনৰ ফলত কৃষকৰ পাচলি পথাৰতে গেলি-পচি যাবলৈ ধৰাত চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ...

Popular