Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্থানীয় বাৰ্তা
Assam CEEত পুনৰ উজলিল ডিব্ৰুগড়ৰ ৰাধাকৃষ্ণন স্কুল, ৰাজ্যৰ প্ৰথম স্থান দখল সমীৰণ হাজৰিকাৰ
এছএছবিৰ জোৱানসকলৰ কল্যাণৰ বাবে লাইফ ইন্স্যুৰেন্স, PARAM গুৱাহাটী শাখাৰ ফালৰ পৰা ৱাটাৰ কুলাৰ প্ৰদান ।PARAM
তেজপুৰৰ লিচু বাগান পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত-বিনিময় কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাৰ
Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত। পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম।
Bhasha Gaurav Saptah: দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকাসহ পাঁচগৰাকী ভাষা পূজাৰীক সম্বৰ্ধনা দৰং জিলা প্ৰশাসনৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 3, 2024
জিলা পুথিভৰাঁল প্রেক্ষাগৃহ মঙলদৈত এখনি সভাৰ আয়োজন কৰি অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ পাঁচগৰাকী অসমীয়া ভাষা সাহিত্যৰ পূজাৰীক সম্বৰ্ধনা জনায়।(Bhasha Gaurav Saptah)
Assam bypolls । বিহালীত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীয়ুষ হাজিৰকাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
November 2, 2024
(Assam bypolls )ৰাজ্যত উপ-নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ৷ এইবেলি ৰাজ্যৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত প্ৰধানকৈ দুটা সমষ্টিয়ে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তাৰে এটা হৈছে চামগুৰি আৰু আনটো হৈছে বিহালী৷ চামগুৰি সমষ্টিত কংগ্ৰেছৰ শক্তিশালী নেতা তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঠিয় দিছে৷ ফলত সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তয়াময়া নিৰ্বাচনী যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে ৷ (pijush hazarika) (পীয়ুষ হাজিৰকা)
Nilbagan Model Higher Secondary School । নীলবাগানত কিশোৰী ছাত্ৰীক বোৰ্খা পিন্ধোৱাক লৈ বিতৰ্ক
অসম
দৈনন্দিন বাৰ্তা
-
November 2, 2024
এইবাৰ বোৰ্খা বিতৰ্ৰত সাঙুৰ খাইছে হোজাই জিলাৰ এখন চৰকাৰী বিদ্যালয় ৷ হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত এই ঘটনাৰ পিছত অধ্যফ ফাইজ মহাম্মদ বৰভূঞাক সকিয়নি প্ৰদান কৰিছে হোজাই জিলা আমছুয়ে ৷ উল্লেখ্য চৰকাৰী বিদ্যালয়খনৰ এক সাংস্কৃতিক অনুষ্ঠানত নৃত্য পৰিবেশনৰ সময়ত প্ৰতিযোগী ছাত্ৰীক বোৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে(Nilbagan Model Higher Secondary School )
Empty Stage: বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু
অসম
দৈনন্দিন বাৰ্তা
-
November 1, 2024
বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা(Empty Stage) তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য(Director Kulda Kumar Bhattacharya) আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত মৃত্যু ঘটে।
1
...
286
287
288
...
2,182
Page 287 of 2,182
Popular
কেন্দ্ৰীয় স্বাস্থ্য পৰিষদৰ বৈঠকত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডিজিটেল স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰিবলৈ নতুন পদক্ষেপৰ শুভাৰম্ভ
দৈনন্দিন বাৰ্তা
-
June 30, 2026