স্থানীয় বাৰ্তা

MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ

মন্ত্ৰী বিধায়কে ভৰি পৰিছে ৭৭নং বিহালী বিধান সভা সমষ্টিৰ(MP Gaurav Gogoi)। উল্লেখযোগ্য যে ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব লগীয়া উপ-নিৰ্বাচনকলৈ(Bihali By Election) ব্যস্ত ৰাজ্যৰ শাসক বিৰোধী ৰাজনীতি দল।

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

চৰকাৰে এপিনে অমৃত বক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে। এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।

Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ

ইণ্ডিয়ান কাৰাটে সংস্থাৰ অসম ৰাজ্যিক গুজু-ৰিউ স্পোৰ্টছ কাৰাটে-ডোৰ অধিনৰ কাৰাটে একাডেমীৰ উদ্যোগত গোৱালপাৰাৰ শোলমাৰাত অনুষ্ঠিত হয় বাৰ্ষিক কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ-২০২৪ৰ(Karate Training Camp)

Kabita Kabita Lagaa Gan: শ্ৰুতিমধুৰ গীত ‘কবিতা কবিতা লগা গান’

সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা সেয়া ‘কবিতা কবিতা লগা গান’(Kabita Kabita Lagaa Gan) শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণময়(Shrutimodhur Git) কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধিকো মনীষা হাজৰিকাই প্ৰশংসা কৰে৷

Ronga Shimoloor Rodot: ধেমাজি গ্ৰন্থমেলাত যুৱকবি মিণ্টু দাসৰ কাব্যগ্ৰন্থ ‘ৰঙা শিমলুৰ ৰ’দত’ উন্মোচন

সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ কালি দ্বিতীয় দিনাৰ সন্ধিয়াৰ অন্তিম কাৰ্যসূচী কবি সন্মিলনত ১৪ বাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ আৰু বঁটাৰে সন্মানিত ধেমাজিৰ যুৱকবি মিণ্টু দাসৰ নৱতম কাব্য সংকলন 'ৰঙা শিমলুৰ ৰ'দত'(Ronga Shimoloor Rodot) উন্মোচন হৈ যায়।

Popular