স্থানীয় বাৰ্তা

দুদিনীয়াকৈ আৰম্ভ হ’ল পুৰীৰ বিখ্যাত ৰথযাত্ৰা, উপস্থিত থাকিল ৰাষ্ট্ৰপতি মুৰ্মু…

দেওবাৰে পুৱা আৰম্ভ হয় পুৰীৰ জগন্নাথ মন্দিৰৰ বিখ্যাত ৰথযাত্ৰা।এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শনিবাৰেই ওড়িশাত উপস্থিত হৈছিল  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এই ৪ দিনীয়া ওড়িশা ভ্ৰমণত...

এইবাৰ হিচাবতকৈ বেছি বৰষুণ হৈছেঃ জয়ন্ত মল্ল বৰুৱা…

এইবাৰ অসমত হিচাবতকৈ বেছি বৰষুণ হৈছে, এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। কাজিৰঙাৰ ৰাজপথত ড্ৰাইভ শ্ল' প্লেকাৰ্ড লৈ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। যান বাহনৰ গতিবেগ...

দৰঙত নিৰ্মাণ কৰিব ২৬ কিলোমিটাৰ মথাউৰি! মঙলদৈত বান পৰিস্থিতি পৰ্যৱেক্ষণ মন্ত্ৰী পীয়ূষ হাজৰিকা…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মঙলদৈত বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা৷ জিলা আয়ুক্তৰ সভাকক্ষত বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিটো বিভাগৰ সৈতে আলোচনাত মিলিত...

বৰক্ষেত্ৰীত বন্যাৰ্তৰ দুৰ্ভোগ! গৰু, মহ; মানুহ একেগলে জীৱন অতিবাহিত…

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবড়ী, তিনি নম্বৰ বৰতলা, চাৰি নম্বৰ বৰতলা আদি নৈপৰীয়া অঞ্চলৰ লোকসকলে সহ অৱস্থান কৰিছে গৰু মহ আদিৰ লগত! খোৱাপানীৰ...

মন্ত্ৰী-বিষয়া নাযায় য’ত অখিল গগৈ ত’ত! ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বংকুৱালৰ বান পৰিস্থিতি পৰিদৰ্শন…

যোৱা এক জুলাইত ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে বংকুৱালৰ মথাউৰি ভাঙি পেলোৱাৰ ফলত অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হৈছে বোকাখাত বিধান সভা সমষ্টিৰ উত্তৰ মহুৰা আৰু দিচৈ গাঁও...

Popular