স্থানীয় বাৰ্তা

দেৰগাঁৱত অঘটন! টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন বিশ্ব ভূঞা…

দেৰগাঁৱৰ গঁড়মৰা চকীয়ালত অঘটন। টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন বিশ্ব ভূঞা নামৰ এজন যুৱক। ঘটনাস্থলীত বৰ্তমানেও উপস্থিত হোৱা নাই SDRF বাহিনীৰ দল।...

নাগাদেৰাত যোৰহাট জিলা দিৱস উদযাপন…

আজি যোৰহাট জিলা দিৱস উপলক্ষে বলিমৰা ৰাজহ এলাকাধিন নাগাদেৰা হনুমান মন্দিৰৰ প্ৰেক্ষাগৃহত কণ কণ মইনা সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। গাঁওপ্ৰধান বিতুল লাহন,...

প্ৰয়াত অমৰেন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসত অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত শিশুৰ প্ৰতিভা বিকাশ অনুষ্ঠান…

অসম সাহিত্য সভাৰ অক্লান্ত কৰ্মী-সাহিত্যসেৱক, কুইজ মাষ্টাৰ হিচাপে খ্যাত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ দশম স্মৃতি দিৱসটি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। অমৰ শিশুপ্ৰাণ...

গুগল মেপ ব্যৱহাৰৰ বিলৈঃ

গুগল মেপ ব্যৱহাৰৰ বিলৈঃ অচিনাকি স্থানলৈ যাত্ৰাৰ সময়ত বা কোনো অচিনাকি লক্ষ্যস্থান বিচৰাৰ সময়ত সাম্প্ৰতিক সময়ত প্ৰায় সকলোৰে সহযাত্ৰী হৈ পৰিছে গুগল মেপ। পিছে কেতিয়াবা...

বহি:ৰাজ্যত কাকপথাৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু

কাকপথাৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু কাকপথাৰ,৩০ জুন: যোৱা ২০ জুন তাৰিখে তামিলনাডুত কৰ্মৰত কাকপথাৰৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ ছমাহ ধৰি তামিলনাডুৰ এটা ব্যক্তিগত ক'ম্পেনীত...

Popular