স্থানীয় বাৰ্তা

গোগামুখ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভঃ ছাত্ৰ-ছাত্ৰীক আত্মনিৰ্ভৰশীল কৰিবলৈ বিভিন্ন ব্যৱসায়ৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন…

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গোগামুখ মহাবিদ্যালয়ত সোমবাৰৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ হৈছে৷পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ উপলক্ষে সোমবাৰে গোগামুখ মহাবিদ্যালয়ৰ...

শিৱসাগৰত খাদ্য আন্দোলন, অর্থনৈতিক স্বাৱলম্বনৰ অধিকাৰ চনদৰ ৫০ বর্ষপূর্তি উদযাপনঃ শ্বহীদলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

অসমৰ ঐতিহাসিক ১৯৭৪ চনৰ খাদ্য আন্দোলন আৰু থলুৱাৰ অর্থনৈতিক স্বাৱলম্বনৰ অধিকাৰ চনদ ৫০ বছৰ পূৰ্তি উপলক্ষে শিৱসাগৰ চহৰত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।...

মানুহে মানুহৰ বাবেঃ বিশেষভাৱে সক্ষম পুতুলী হাজৰিকাক দিলে হুইল চেয়াৰ…

মঙলদৈ পুণিয়াৰ পকাবাঙিপাৰাৰ এগৰাকী অবিবাহিত মহিলা পুতুলী হাজৰিকা। উপজাৰে পৰা পুতুলী হাজৰিকাৰ সোঁভৰি আৰু সোঁহাতখন অচল। লাখুঁটিৰ সহায়ত তেওঁ বাওঁ ভৰিৰে চলা ফুৰা কৰিছিল।...

শিক্ষকতা জীৱনৰ অন্তিম দিনটোত শিক্ষক ডিম্বেশ্বৰ শইকীয়াক বিদায় সম্ভাষণ…

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তর্গত মাঘনোবা উচ্চ মাধ্যমিক বিদ্যালয়ত ৬ জুনত শিক্ষক-কর্মচাৰী গোট আৰু ছাত্র একতা সভাৰ উদ্যোগত সদ্য অৱসৰী সহকাৰী প্রধান শিক্ষক ডিম্বেশ্বৰ...

ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ দুটা আলমিৰা-গ্ৰন্থ প্ৰদান প্রাক্তন শিক্ষার্থী সম্মিলনৰঃ কৃতজ্ঞতা জ্ঞাপন বিদ্যালয় কৰ্তৃপক্ষৰ…

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ একমাত্ৰ অসমীয়া মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পুথিভঁৰালটিলে প্রাক্তন শিক্ষার্থী সন্মিলনীয়ে প্ৰদান কৰে দুটা আলমিৰা আৰু মূল্যৱান গ্রন্থ।...

Popular