স্থানীয় বাৰ্তা

বিটিচিৰ শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত এন্আৰডিএছ গ্ৰুপৰ সহযোগত ওদালগুৰিত বিনামূলীয়া কম্পিউটাৰ, ড্ৰাইভিং প্ৰশিক্ষণৰ কেন্দ্ৰ মুকলি। গঠনমূলক কামেৰে সমাজ পৰিৱৰ্তন হ’ব – সঞ্জিত তাঁতী…

গঠনমূলক কামেৰে সমাজ পৰিৱৰ্তন হ'ব। আমি কাম কৰিব লাগিব আৰু সমাজখন এনেকৈয়ে পৰিৱৰ্তন হ'ব। সমাজখনক আগুৱাই নিবলৈ আমাৰ চিন্তা -চৰ্চাৰ মানদণ্ড উন্নত কৰিব লাগিব।...

বিলাসীপাৰাত চোৰৰ সন্ত্ৰাস! আটক এজনক…

দীৰ্ঘদিনৰে পৰা বিলাসীপাৰাত সন্ত্ৰাস চলাই অহা বেটাৰী চোৰক আটক। বিলাসীপাৰা বিভিন্ন অঞ্চলৰ পৰা ই-ৰিক্সা আৰু ই-ৰিক্সাৰ বেটাৰী চুৰি কৰি চোৰে চলাই আহিছে সন্ত্ৰাস। বৃহস্পতিবাৰে...

নগাঁৱৰ ডিফলু মণ্ডল সমল কেন্দ্ৰৰ ‘ৰাইজৰ উৎসৱ’ সম্পন্ন…

সমগ্ৰ শিক্ষা নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ ডিফলু মণ্ডল সমল কেন্দ্ৰৰ সহযোগত আজি দিনজোৰাকৈ তেলিয়া পহুকটাস্থিত ভাস্কৰ মজলীয়া বিদ্যালয়ত "ৰাইজৰ উৎসৱ"টি সম্পন্ন...

জিলা প্ৰশাসনৰ অভিযানত সাময়িক ভাৱে বন্ধ কৰিলে দন্দুৱাৰ এলিছ কিষাণ সেৱা কেন্দ্র নামৰ পেট্ৰ’ল পাম্প…

মৰিগাঁও জিলাৰ দন্দুৱাত থকা এলিছ কিষাণ সেৱা কেন্দ্ৰ নামৰ পেট্ৰ'ল পাম্পত আজি জিলা প্ৰশাসনে আকস্মিকভাৱে অভিযান চলায়। অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে...

লাহৰিঘাটৰ ঔতলাবড়ীত সংঘটিত হৈছে অমানৱীয় ঘটনা!

লাহৰীঘাটৰ ঔতলাবড়ীত সংঘটিত হৈছে এক জঘন্য ঘটনা, ৰাস্তাৰে খোজকাঢ়ি যোৱাৰ বাবেই স্বামী-স্ত্ৰীৰ ওপৰত ভয়ংকৰ দলবদ্ধ আক্ৰমণ। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত উপস্থিত...

Popular