স্থানীয় বাৰ্তা

গোসাঁইগাঁৱত আদিবাসী ছিংগেল অভিযানৰ তিনি ঘণ্টীয়া ধৰ্না কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ

গোসাঁইগাঁও মহকুমাৰ কচুগাঁ‌ও উন্নয়ন খণ্ডৰ সন্মুখত তিনি ঘণ্টীয়া ধৰ্না কাৰ্য্যসূচীৰ জৰিয়তে আদিবাসী ছিংগেল অভিযান কচুগাঁ‌ও ব্লক কমিটিৰ উদ্যোগত খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মৰক...

ডিমাকুছিত ৰূপালী জয়ন্তী বড়োলেণ্ড গেলেন্টছ গল্ডকাপ ফুটবল

ডিমাকুছি আঞ্চলিক এবছু আৰু ডিমাকুছি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বড়োলেণ্ড গেলেন্টছ গল্ডকাপ ফুটবল টুৰ্ণামেন্ট। ডিমাকুছি ষ্টেডিয়ামত আজি  প্ৰতিযোগিতা...

ধুবুৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আটক এজন দালালক

ধুবুৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এজন দালালক আটক। বিগত দীৰ্ঘদিন ধৰি ধুবুৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ড্ৰাইভিং লাইচেন্স বনাই দিয়াৰ দালালী কাৰ্যত জড়িত হৈ...

মুকালমুৱাৰ কালদিত বিশ্ব খনিকৰৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত এজন যুৱক

বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ তিনিটা দিন। বিশ্ব খনিকৰৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎ শিল্পী সকল।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মুকালমুৱাৰ কালদিতো বিশ্বকৰ্মাৰ মৃন্ময়...

তামুলপুৰৰ নাগ্ৰীজুলিৰ ইক্রাবিল গাঁৱৰ সন্ধানহীন ৬০ ৰ উৰ্ধৰ এগৰাকী লোক। চিন্তিত পৰিয়াল

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ ইক্রাবিল গাঁৱৰ পৰা সন্ধানহীন গোপাল সৰকাৰ নামৰ এগৰাকী ৬০ ৰো উৰ্ধৰ ব্যক্তি। ৯ দিনে সন্ধানহীন লোকজনৰ কোনো সন্ধান নাপাই এতিয়া চিন্তাত...

Popular