স্থানীয় বাৰ্তা

দলগাঁৱত বান পৰিস্থিতিৰ বুজ ল’লে বিধায়ক মজিবুৰ ৰহমানে

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দলগাঁৱতো বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ৷দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে পৰিদৰ্শন কৰে বানপীড়িত অঞ্চলসমূহ। বছৰটোৰ দ্বিতীয়টো বানত বুৰ গৈছে ৰাজ্যৰ ভিন্ন...

মুকালমুৱাৰ বৈঠাভাঙাত মাছৰ উজান। প্ৰতি কিলোগ্ৰাম মাছৰ দাম ২০-৩০ টকা

ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন। ইয়াৰ বিপৰীতে মুকালমুৱাৰ বৈঠাভাঙাত দেখাবলৈ পোৱা গল এক ব্যতিক্ৰমী দৃশ্য।...

পশ্চিম দৰঙত ননৈ নদীৰ বাঢ়নি পানীয়ে নগাঁও-হীৰাপাৰাত ভাঙি পেলালে মথাউৰি

বিগত পাঁচদিন ধৰি নেৰেনেপেৰা বৰষুণৰ ফলত দৰঙৰ মাজেৰে বৈ যোৱা প্ৰতিখন উপনৈৰ জলপৃষ্ঠ উফন্দি উঠিছে৷ ইয়াৰে দৰঙৰ পশ্চিম প্ৰান্তৰে বৈ যোৱা দিমীলা, কালপানী আৰু...

শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দু-ঘণ্টীয়া অৱস্থান ধৰ্মঘট কংগ্ৰেছৰ

শিৱসাগৰত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দু-ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে জিলা কংগ্ৰেছ। বিজেপি চৰকাৰৰ শোষণ আৰু দমনমূলক নীতিৰ বিৰুদ্ধে...

শেনচোৱা মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে ৰাজহুৱা সভা

টেঙাখাত শিক্ষা খণ্ড অন্তগত শেনচোৱা মজলীয়া বিদ্যালয়খন ৫০ বছৰ অৰ্থাত সোণালী জয়ন্তী আয়োজন বাবে এখনী ৰাজহুৱা সভা আয়োজন কৰা হয়৷এই ৰাজহুৱা সভা সভাপতি কৰে...

Popular