স্থানীয় বাৰ্তা

চিলাপথাৰ মাজগাঁও হৰি মন্দিৰত উলহ মালহেৰে ভাওনা সবাহৰ আয়োজন

চিলাপথাৰ মাজগাওঁ হৰি মন্দিৰত আজি দিনযোৰা কাৰ্যসূচীৰে বাৰ্ষিক ভাওনা সবাহ ভাগী আধ্যাত্মিক ৰীতি - নীতিৰ মাজেৰে বেচ্ উলহ মালহেৰে অনুষ্ঠিত কৰে । পুৱা ৪...

জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰ পথ নিৰ্মাণ হৈ নুঠাক লৈ শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ।জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰ পথ নিৰ্মাণ হৈ নুঠাক লৈ এই প্ৰতিবাদ।কেন্দ্ৰীয় চৰকাৰৰ NHIDCL বিভাগে এই পথচোৱা নিৰ্মাণৰ নামত কৰি...

নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ: পথ অৱৰোধ , ধৰ্ণাৰে উত্তাল নাজিৰা

সম্প্ৰতি পেট্ৰ'ল - ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দামে জনগণক ত্ৰাহীমধুসুধন সোধাই জুৰুলা কৰি তুলিছে । জনগণৰ লগতে বিভিন্ন দল - সংগঠনৰ ৰাজপথৰ প্ৰতিবাদেও...

হাজো উণ্ণয়ন খণ্ড কাৰ্যলয়ত অসম চৰকাৰৰ মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণ ৰেহাইৰ চেক প্ৰদানঃ শ শ মহিলাৰ দীঘলীয়া শাৰী

হাজোত মাইক্ৰফাইনেন্স ঋণ ৰেহাইৰ চেক নিবলৈ হাজো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উবুৰি খাই পৰিছে হেজাৰ হেজাৰ মহিলা। অসম চৰকাৰৰ এটি দৰদী পদক্ষেপত উচাহৰ ঢল মহিলাৰ...

ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত ঝাওকুৰা গাঁৱত ৰাইজৰ উত্তাল প্ৰতিবাদ

ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। ঝাওকুৰা গাঁৱত এই প্ৰতিবাদ। নাবালিকা ধৰ্ষণকাৰী আব্দুল কাদেৰক ফাঁচিৰ দাবীত জাঙুৰ খাই উঠিল গাঁৱবাসী। ধৰ্ষণকাৰীৰ বিপক্ষে অৱস্থান গাওঁবাসীৰ...

Popular