স্থানীয় বাৰ্তা

বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে

আমিনগাঁৱৰ পৰা বৰপেটা হৈ অভয়াপুৰীলৈ যোৱা ৰাজ্যিক ঘাইপথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰত বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি...

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত ৰখাৰ বাবে এই পৰিস্থিতি।উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।DC মুৰ্দাবাদ, SDO CIVIL মুৰ্দাবাদ শ্লোগানাৰে পৰিবেশ উত্তাল...

শিৱসাগৰত ৰাইজৰ দল,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ক’ভিড তথা লকডাউনে কোঙা কৰা অসমৰ অৰ্থনীতি এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। গাঁৱৰ চহা খেতিয়সকলৰ অৱস্থা যেনেকৈ তথৈবচ, ক্ষুদ্র ব্যৱসায়ীৰ পৰা আদি কৰি...

মৰিগাঁৱৰ বেতনিত ভয়ানক পথ দূৰ্ঘটনা

বৃহস্পতি বাৰে মৰিগাঁৱৰ বেতনিত ভয়ানক পথ দূৰ্ঘটনা। বাইকৰ খুণ্ডাত থিতাতে নিহত এগৰাকী মহিলা । বৰপথাৰ গাঁৱৰ নিহত মহিলা গৰাকীৰ নাম আয়েছা ( ৪০) ছাত্তাৰ আলী নামৰ লোক...

‘শিক্ষাৰ্থী সকলে নম্বৰৰ পিছত দৌৰিব নালাগে, বিষয়ৰ পিছত দৌৰিব লাগে;শিক্ষকসকলেও শিক্ষাৰ্থী নম্বৰৰ ওপৰত গুৰুত্ব নিদি মানসিকতাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে’– ড° ননীগোপাল মহন্ত

‘ছাত্ৰ-ছাত্ৰীসকলে নম্বৰৰ পিছত দৌৰিব নালাগে, বিষয়ৰ পিছত দৌৰিব লাগে আৰু শিক্ষকসকলেও ল’ৰা-ছোৱাৰীৰ নম্বৰৰ ওপৰত গুৰুত্ব নিদি মানসিকতাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব৷’–এই মন্তব্য অসম চৰকাৰৰ...

Popular