স্থানীয় বাৰ্তা

বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত দনকিনামাৰীৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ দুজন যুৱকক আটক কৰে৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই জানিবলৈ দিয়া মতে দনকিনামাৰী...

লাহৰীঘাটৰ এটি কণমানিক লৈ নিঃসহায় পিতৃ মাতৃৰ উচুপনি

এটি মৰম লগা কণমানি।বয়স মাত্ৰ চাৰি মাহ।শিশুটিৰ নাম নিধিৰাণী ডেকা।এক জটিল ৰোগত আক্ৰান্ত শিশুটি।এই কণমানি শিশুটিয়ে হয়তু আপোনাকো মোহিত কৰিব ।মৰিগাঁও জিলাৰ লাহৰীঘাটৰ খহনীয়াগ্ৰস্ত...

নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নিৰ্বাচনী আয়োগ অসমৰ ০৫ জানুৱাৰী ২০২২ তাৰিখৰ  অধিসূচনা নং SEC.145/2019/410 অনুসৰি নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ ওপৰত নিৰ্ভৰ কৰি, ০১/০১/২০২২  ভিত্তি তাৰিখ হিচাপে লৈ...

পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন

১৮৯৪চনৰ ২৮জানুৱাৰীত বৃটিছ চৰকাৰৰ বিৰুদ্ধে খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৃটিছৰ গুলীত বুকু পাতি শ্বহীদ হৈছিল সাতকুৰি কৃষক। যি সকল কৃষক শ্বহীদক কুকুৰ -...

দলগাঁৱৰ অফিচ বজাৰত ভূমিকেন্দ্ৰিক ভয়াবহ সংঘাত

দলগাঁৱত দৈনিক ভূমি কেন্দ্ৰিক সংঘাতৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ ভূমি বিবাদক লৈ সংঘটিত হ'ল এক ঘৃণণীয় কাণ্ড । ঘৰত কোনো পুৰুষ নথকাৰ...

Popular