স্থানীয় বাৰ্তা

ইউক্ৰেইনত অধ্যয়নৰত মৰাণৰ ছাত্ৰ অৱনীশ ফুকন স্বগৃহত উপস্থিত

ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ মাজতে ইউক্ৰেইনত অধ্যয়নৰত চৰাইদেউ জিলাৰ মৰাণ পেটুৱাদলঙৰ  নিবাসী দিলীপ ফুকন আৰু পূৰ্ণিমা ফুকনৰ পুত্ৰ অৱনীশ ফুকন আজি স্ব-গৃহত সুশৰীৰে উপস্থিত...

ইউক্ৰেইনত দ্বিতীয় জন ভাৰতীয় ছাত্ৰৰ মৃত্যু।

পুনৰ আন এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱালে ইউক্ৰেইনত!ইউক্ৰেইনত দ্বিতীয় জন ভাৰতীয় ছাত্ৰৰ মৃত্যু হ'ল।দুৰ্ভগীয়া পিতৃয়ে পত্ৰ লিখিছে কেন্দ্ৰীয় চৰকাৰলৈ।আজি ইউক্ৰেইনত পাঞ্জাবৰ বাৰ্নালাৰ ছাত্ৰ জনে...

মাজুলীত পুনৰ অঘটন,ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক

নিমাতীঘাটত পুনৰ অঘটন সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক চেনীমাই-2 নামৰ ফেৰীখনৰ পৰা ব্ৰক্ষ্মপুত্ৰত জাঁ‌প দিয়ে এজন যুৱকে ১০.৩০ মিনিটত এই ঘটনা সংঘটিত হয় নিমাতীৰ পৰা মাজুলীৰ...

পৌৰসভা নিৰ্বাচনৰ পূৰ্বে বিহপুৰীয়া বিধানসভা সমষ্টিত ধূলিসাৎ হোৱাৰ দিশে বিৰোধী।

পৌৰসভা নিৰ্বাচনৰ পূৰ্বে বিহপুৰীয়া বিধানসভা সমষ্টিত ধূলিসাৎ হোৱাৰ দিশে বিৰোধী । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ...

বজালীত ২০ বছৰীয়া সংগ্ৰামৰ অন্তত ৰাইজৰ বাবে মুকলি সাংস্কৃতিক প্ৰেক্ষাগৃহ

বজালী জিলাৰ দক্ষিণ বজালী ৰাইজৰ প্ৰায় ২০ বছৰীয়া সংগ্ৰামৰ অন্তত ৰাইজৰ বাবে মুকলি কৰা হয় এটি সাংস্কৃতিক প্ৰেক্ষাগৃহ৷  দক্ষিন বজালীৰ বৰগাণ্ডুবীত প্ৰায় ত্ৰিশ লাখ...

Popular